ইমাম-মোৱায্যেনৰ দৰমহাৰ ক্ষেত্ৰত ইমান কৃপণতা কিয়?
ইমাম-মোৱায্যেনৰ দৰমহাৰ ক্ষেত্ৰত ইমান কৃপণতা কিয়?
ইমাম-মোৱায্যেনৰ দৰমহাৰ ক্ষেত্ৰত ইমান কৃপণতা কিয়?
ঋতুমতীৰ বাবে চালাত (নামাজ) আদায় কৰা আৰু চিয়াম (ৰোজা) ৰখা হাৰাম, সিহঁতৰ চালাত আৰু চিয়াম শুদ্ধ নহয়।
ঋতুমতী নাৰী পৱিত্ৰ হোৱাৰ পাছত কেৱল চিয়াম(ৰোজা) কাজা কৰিব, চালাত(নামাজ) কাজা নকৰিব। কাৰণ, আয়িশ্বা ৰাজি আল্লাহু আ’নহাই কৈছে:
“আমি নবী চাল্লাল্লাহু আ’লাইহি ৱা ছাল্লামৰ যুগত ঋতুমতী হৈছোঁ, আমাক তেতিয়া চিয়াম কাজা কৰাৰ নিৰ্দেশ প্ৰদান কৰা হৈছিল; কিন্তু চালাত কাজা কৰাৰ নিৰ্দেশ প্ৰদান কৰা নাছিল।”
নগ্নতা শ্বয়তানৰ প্রথম কাম মানুহৰ ওপৰত শ্বয়তানৰ প্রথম হামলা আছিল মানুহৰ দেহৰ পৰা কাপোৰ খুলি তাক উলঙ্গ কৰি দিয়া। আজিও পৃথিৱীত শ্বয়তানৰ পদাংক অনুসাৰী ও …
আল জামিউল কামিল ফীল হাদিছিছ ছহীহিচ চামিল মাত্র ১৮ বছৰ বয়সত ইছলামৰ প্রতি অনুৰাগী হৈ ব্রাহ্মণৰ পৰা মুছলিম হ’ল। ‘বঙ্কে লাল’ৰ পৰিৱৰ্তে নতুন নাম ৰাখিলে …
ভাৰত উপমহাদেশৰ মিডিয়াই ব্যাপকভাৱে প্রচাৰ কৰিলে যে ছৌদি চৰকাৰে তাবলিগ জামাত (ইলিয়াছী) বন্ধ কৰিছে। বাতৰিবোৰ চাই অবিশ্বাস কৰাৰ কোনো উপায় নোহোৱা অৱস্থা।
Also read : আৰম্ভণিৰে পৰা তাবলিগ জামাতে ইছলামৰ মূল বুনিয়াদৰ পৰা দূৰত্ব বজাই ৰাখি যাত্রা কৰি আহিছে।
পৃথিবীৰ সৰ্বশ্ৰেষ্ঠ কিতাব কোনখন? হে মানৱ! আপোনাক যদি প্ৰশ্ন কৰা হয় যে, আপোনাৰ মতে সৰ্বশ্ৰেষ্ঠ কিতাব কোনখন? উত্তৰত আপুনি নিশ্চয়কৈ সৃষ্টিকৰ্তাৰ বাণীৰ কিতাব কোৰআন বুলিয়েই ক’ব।
উত্তৰটো সম্পূৰ্ণ সঠিক, ইয়াত কোনো মুছলিমৰেই দ্বিমত নাই।
ইছলামত বিদআতৰ স্থান নাই – যিমান ভাল কামেই নহওঁক কিয়” এটা বৰ্ণনাত পোৱা যায় যে, কিছুমান মানু্হ মাগৰিবৰ নামাজৰ পিছত নিয়মিত ভাৱে মছজিদত বহি তাৰ …
নিকাহৰ খোৎবা অসমীয়া অনুবাদ – হে মানৱজাতি ! ভয় কৰা তোমালোকৰ প্ৰতিপালকক যিয়ে তোমালোক সকলোককে এটি মাত্ৰ প্ৰাণৰ পৰা সৃষ্টি কৰিছে আৰু সেই প্ৰাণটোৰ পৰাই …