কিয় আল্লাহৰ ওপৰত সন্দেহ ওপজে ?
কিয় আল্লাহৰ ওপৰত সন্দেহ ওপজে ? সম্প্ৰতি এচাম অতি আধুনিক মনোভাৱাপন্ন লোকৰ মনত সন্দেহৰ বীজ অংকুৰিত হোৱা পৰিলক্ষিত হৈছে
– সকলো ঘটনা যদি আল্লাহৰ ইচ্ছাত সংঘটিত হয় তেনেহ’লে কোনোবাই চুৰি কৰিলে, ডকাইতি কৰিলে, কাৰোবাক হত্যা কৰিলে, কাৰোবাক গালি দিলে ইত্যাদিও আল্লাহৰ ইচ্ছাতেই হৈছে, গতিকে উল্লেখিত গোনাহৰ কাৰণে কোনো ধৰণৰ শাস্তিৰ সন্মুখীন হ’ব নালাগে। কাৰণ যেতিয়া আল্লাহৰ ইচ্ছাতেই কৰিলে তেনেহ’লে ব্যক্তিজনৰ কি অপৰাধ?
এনেধৰণৰ প্ৰশ্ন পূৰ্বতে নাস্তিকসকলে কৰিছিল যদিও বৰ্তমান সময়ত নিজকে যুক্তিবাদী বুলি প্ৰতিপন্ন কৰিব বিচৰা একাংশ মুছলমানে কৰিবলৈ আৰম্ভ কৰিছে।
Read moreকিয় আল্লাহৰ ওপৰত সন্দেহ ওপজে?