ভাগ্য সম্পৰ্কে ভুল ধাৰণা

ভাগ্য  সম্পৰ্কে ভুল ধাৰণা

 

ভাগ্য  সম্পৰ্কে ভুল ধাৰণা
ভাগ্য  সম্পৰ্কে ভুল ধাৰণা

বহুতে ধাৰণা কৰে যে আমি যি কৰি আছো আৰু যি কৰিম সকলো ভাগ্যত লিখা আছে বাবেই হৈ আছে.। সেয়া  ভাগ্য সম্পৰ্কে ভুল ধাৰণা

আনহাতে ভাগ্যক অস্বীকাৰ কৰাটোও এক প্ৰকাৰৰ ভুল।

ভাগ্য সম্পৰ্কে আল্লাহ তালাই কৈছে :

“আৰু আমি প্ৰত্যেক মানুহৰ কৰ্ম তাৰ ডিঙিত আঁৰি থৈছো আৰু কিয়ামতৰ দিনা আমি তাৰ বাবে উলিয়াম এখন কিতাপ. যিটো সি উন্মুক্ত পাব।” (ছুৰা ইছৰা:১৩)

আল্লাহ সৰ্বজ্ঞানী; সেয়ে আমি কি কৰিলো বা কি কৰিম আল্লাহ তালাই আগতীয়াকৈ জানি আমাৰ কৰ্মৰাজী লিপিবদ্ধ কৰি থৈছে। সেই ভাগ্যলিপিত লিখা বাবেই আমি কামবোৰ কৰি যোৱা নাই |  বৰং আমি কি কৰিম সেয়া আল্লাহে আগতীয়াকৈ জানিয়েই লিখি থৈছে।

Read moreভাগ্য সম্পৰ্কে ভুল ধাৰণা

শিশুৰ যৌন নিৰ্যাতন ৰোধ কৰাৰ কিছুমান উপায়

শিশুৰ যৌন নিৰ্যাতন ৰোধ কৰাৰ কিছুমান উপায় ।

 

 

শিশুকালত হোৱা যৌন নিৰ্যাতন  কিদৰে ৰোধ কৰিব পাৰি তাৰে কেইটামান গুৰুত্বপূর্ণ উপদেশঃ শিশুৰ যৌন নিৰ্যাতন ৰোধ কৰাৰ কিছুমান উপায়

 

➡️. সন্তানৰ সন্মুখত নিজৰ কাপোৰ
পৰিধান কৰা/সলোৱাৰ পৰা বিৰত থকা।
জাগ্রত শিশু সন্তানৰ সন্মুখত
যৌন মিলনৰ পৰাও বিৰত থাকক আৰু সন্তানক
য’ত-ত’ত উলঙ্গ অৱস্থাত যাবলৈ
নিষেধ কৰক। ইছলামৰ নির্দেশনা অনুসৰি
ইছলামিক কাপোৰ পৰিধান কৰাওক আৰু শিশুসকলক সতৰ
সম্পর্কে জ্ঞান প্ৰদান কৰক।
[ইছলামৰ দৃষ্টিত শিশু
পৰিপালন-নীতিমালা]

Read moreশিশুৰ যৌন নিৰ্যাতন ৰোধ কৰাৰ কিছুমান উপায়

প্রশ্ন: ইছলামৰ দৃষ্টিত মহিলাসকলে অলঙ্কাৰ ব্যৱহাৰ কৰা কি বৈধ?

প্রশ্ন: ইছলামৰ দৃষ্টিত মহিলাসকলে অলঙ্কাৰ ব্যৱহাৰ কৰা কি বৈধ?     প্রশ্ন: ইছলামৰ দৃষ্টিত মহিলাসকলে অলঙ্কাৰ ব্যৱহাৰ কৰা কি বৈধ ? আৰু শৰীৰত ট্যাটু বা …

Read moreপ্রশ্ন: ইছলামৰ দৃষ্টিত মহিলাসকলে অলঙ্কাৰ ব্যৱহাৰ কৰা কি বৈধ?

ঈমান বৃদ্ধিৰ কেইটামান উপায়

ঈমান বৃদ্ধিৰ কেইটিমান উপায়ঃ     ঈমান বৃদ্ধিৰ কেইটামান উপায় :   (১)ইছলামী জ্ঞান অর্জন কৰা। আল্লাহে কৈছেঃ “আল্লাহক কেৱল তেওৰ জ্ঞানীবান্দাসকলেই ভয় কৰে।” (ছূৰা ফাতিৰ-২৮) …

Read moreঈমান বৃদ্ধিৰ কেইটামান উপায়

পৰীক্ষাত নকল কৰা আৰু তাত সহযোগিতা কৰাৰ বিধান

পৰীক্ষাত নকল কৰা আৰু তাত সহযোগিতা কৰাৰ বিধান

 

পৰীক্ষাত নকল কৰা আৰু তাত সহযোগিতা কৰাৰ বিধান

 

পৰীক্ষাত নকল কৰা আৰু তাত সহযোগিতা কৰাৰ বিধান

(নকল জাতি ধ্বংসৰ এক নেপথ্য কাৰিকৰ)

 

(✒️পোষ্টটো প্ৰতিজন সচেতন‌ ব্যক্তিৰ বাবে গুৰুত্বপূৰ্ণ আৰু বিশেষকৈ শিক্ষাৰ্থীসকলৰ বাবে।‌ সকলোৱে পঢ়িব আৰু #শ্বেয়াৰ কৰিব )

প্রশ্ন:  পৰীক্ষাত নকল কৰা আৰু তাত সহযোগিতা কৰাৰ বিধান  কি? পৰীক্ষা হলত কোনোবাই যদি মোক প্রশ্নৰ উত্তৰ সোধে মই তেতিয়া কি কৰিম?

 

উত্তৰ: বর্তমান আমাৰ সমাজত নকল এটা ওপেন চিক্রেট(open secret) বিষয়। আমাৰ সমাজ ব্যৱস্থা অসততা আৰু দুর্নীতিত ইমানেই কলুষিত যে, নকলৰ বিৰুদ্ধে কথা কোৱাও যেন বৰমতালি। নকল যে এটা মহা প্রতাৰণা সেইটো যেন আমাৰ অধিকাংশ শিক্ষার্থী, শিক্ষক, অভিভাৱক, শিক্ষা কর্মকর্তা আৰু প্রশাসনৰ মূৰৰ পৰা আঁতৰি গৈছে। যাৰ কাৰণে আমাৰ শিক্ষা ব্যৱস্থাৰ প্রাথমিক স্তৰৰ পৰা আৰম্ভ কৰি সর্বোচ্চ পর্যায় লৈকে চলিছে নকলৰ মহোৎসৱ।

Read moreপৰীক্ষাত নকল কৰা আৰু তাত সহযোগিতা কৰাৰ বিধান

ইছলাম আৰু মানবতা/ Humanity and Islam

 

ইছলাম আৰু মানবতা/ Humanity and Islam

 

ইছলাম আৰু মানৱতা / Humanity And Islam

ইছলামে সদায় মানবতাক অগ্ৰাধিকাৰ দি আহিছে ।
কথাষাৰ কিমানদূৰসঁচা তাৰে বিষয়ে অলপ কেইটামান বিশুদ্ধ তথ্য কোৰআন আৰু ছহীহ হাদীছৰ পৰা , “ইছলাম আৰু মানবতা/ Humanity and Islam” নামৰ চমু আলোচনাৰে
আপোনালোকৰ ওচৰত দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। আশাকৰো আপোনালোকে পঢ়ি উপলব্ধি কৰিবলৈ চেষ্টা কৰিব ।

Read:  SIMILARITIES BETWEEN ISLAM AND HINDUISM . ইছলাম আৰু হিন্দুত্বৰ মাজত সাদৃশ্যতা

ইছলাম আৰু মানবতা / Humanity and Islam.

ইছলামে সদায় মানবতাৰ কল্যাণৰ কাৰণে মানুহৰ সমস্যা সমাধান কৰি মানুহক উন্নত আৰু সুখ শান্তিৰ জীৱন উপহাৰ দিয়াৰ বাবে অহৰহ চেষ্টা কৰে ।
সেইটো ইছলামৰ আৰম্ভণিৰ সময় হওক অথবা আজিৰ সময়েই নহওঁক কিয়! যিহেতু ইছলাম হৈছে আল্লাহৰ মনোনীত একমাত্ৰ সত্য ধৰ্ম । গতিকে মানুহে ইছলামৰ অপপ্ৰচাৰ কৰাৰ যিমানেই চেষ্টা নকৰক
ইছলাম ধৰ্মই সদায় মানবতাৰ কল্যাণৰ কাৰণে মানুহৰ সমস্যা সমাধান কৰি মানুহৰ সমাজত শান্তি প্ৰতিষ্ঠা কৰিবলৈ অতীতৰে পৰা আজিলৈকে এক সুন্দৰ প্ৰয়াস অব্যাহত ৰাখিছে ।

Read moreইছলাম আৰু মানবতা/ Humanity and Islam

স্বামী স্ত্রী – স্ত্ৰীক মুহাব্বত কৰাৰ ছুন্নতী তৰীকা

স্বামী স্ত্রী

স্বামী স্ত্রী – স্ত্ৰীক মুহাব্বত কৰাৰ ছুন্নতী তৰীকা স্বামী স্ত্রী – স্ত্ৰীক মুহাব্বত কৰাৰ ছুন্নতী তৰীকা ১। ৰাছূলুল্লাহ চাল্লাল্লাহু’ আলাইহি অছাল্লামে স্ত্ৰীসকলক খুব মুহাব্বত কৰিছিল। …

Read moreস্বামী স্ত্রী – স্ত্ৰীক মুহাব্বত কৰাৰ ছুন্নতী তৰীকা

ছালাতৰ ভিতৰত আমি কি কি পঢ়োঁ অৰ্থসহ জানোঁ আহক!

ছালাতৰ ভিতৰত আমি কি কি পঢ়োঁ অৰ্থসহ জানোঁ আহক!     আচ্ছালামুআলাইকুম,,,ৱা ৰহমাতুল্লাহি ৱা বৰকাতুহু…   ছালাতৰ ভিতৰত আমি কি কি পঢ়োঁ অৰ্থসহ জানোঁ আহক! ছালাতৰ …

Read moreছালাতৰ ভিতৰত আমি কি কি পঢ়োঁ অৰ্থসহ জানোঁ আহক!