প্রশ্ন: মিঠাই খোৱা ছুন্নত নেকি? ৰেফাৰেন্সসহ জনাব ইনশ্বাআল্লাহ।

প্রশ্ন: মিঠাই খোৱা ছুন্নত নেকি? ৰেফাৰেন্সসহ জনাব ইনশ্বাআল্লাহ।

উত্তৰ: উম্মুল মুমিনীন আইশ্বা (ৰাঃ)-ৰ পৰা বর্ণিত। তেওঁ কৈছে,
كَانَ رَسُولُ اللَّهِ -صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ- يُحِبُّ الحَلْوَاءَ وَالعَسَلَ” متفق عليه
“ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মিঠা বস্তু আৰু মধু খাবলৈ ভাল পাইছিল।” (ছহীহ বুখাৰী, অধ্যায়: পানাহাৰ, অনুচ্ছেদ: মধু ও মিঠাই খোৱা, মুছলিম, অধ্যায়: তালাক)
এইটো ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ অভ্যাসগত ছুন্নত; ইবাদতগত নহয়। অর্থাৎ মধু ও মিঠাই খোৱা ইবাদত নহয়। কিন্তু কোনোৱে যদি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক খুবেই ভালপোৱাৰ কাৰণে তেওঁ যি পাইছিল তাকেই ভালপায় তেনেহ’লে তেওঁ ওৱাব প্রাপ্ত হ’ব ইনশ্বাআল্লাহ। আল্লাহু আলাম।
উত্তৰ প্রদানত: আব্দুল্লাহিল হাদী বিন আব্দুল জলীল দাঈ, জুবাইল দাওৱাহ ছেন্টাৰ, ছৌদি আৰব|

Leave a comment