SIMILARITIES BETWEEN ISLAM AND HINDUISM . ইছলাম আৰু হিন্দুত্বৰ মাজত সাদৃশ্যতা

SIMILARITIES BETWEEN ISLAM AND HINDUISM .

কোৰান ( ৩:৬৪ )

কোৱা, ‘হে কিতাবীসকল! আহা সেই কথাৰ পিনে যিটো আমাৰ আৰু তোমালোকৰ মাজত মিল আছে,

ইছলাম ধৰ্মত আল্লাহৰ ধাৰণা আছে
١:١١٢ بِسْم ِ اللَّهِ الرَّحْمَٰنِ الرَّحِيمِ

قُلْ هُوَ اللَّهُ أَحَدٌ 
112:1
কোৱা, ‘তেওঁ আল্লাহ, এক-অদ্বিতীয়,

٢:١١٢  اللَّهُ الصَّمَد ُ
112:2
 আল্লাহ হৈছে ছামাদ; ) তেওঁ কাৰো মুখাপেক্ষী নহয়, সকলো তেওঁৰেই মুখাপেক্ষী

(٣:١١٢  لَمْ يَلِدْ وَلَمْ يُولَدْ
112:3
তেওঁ কাকো জন্ম দিয়া নাই আৰু তেৱোঁ জন্ম লোৱা নাই,

  ٤:١١٢  وَلَمْ يَكُنْ لَهُ كُفُوًا أَحَدٌ
112:4
আৰু তেওঁৰ সমতুল্য কোনো নাই’।

হিন্দু ধৰ্মৰ পৱিত্ৰ ধৰ্ম গ্ৰন্থ সমূহত ভগৱানৰ ধাৰণা:

1/ ছাঁন্দুগ্য উপনিষেদৰ অধ্যায় ৬,পৰিচ্ছেদ ২, অনুচ্চেদ 1 ত উল্লেখ আছে- ইক্কাম এভেদিতিয়াম ) ঈশ্বৰ এজনদ্বিতীয় নাই (

2/ শ্বৱেতাশ্বতৰ উপনিষেদৰ ৬:৯ ৰমতে -Na casya kascij janita na cadhipah) ঈশ্বৰৰ পিতা মাতা নাই বা কৰো পৰা জন্ম লোৱা নাই (

3/ svetasvatara উপনিষেদৰ ch 4 v 19 ত আছে- Na tasya protima asti ) ভগৱানৰকোনো ছবি বা মূৰ্তি নাই (

4/ ভাগৱত গীতাৰ অধ্যায় সাত অনুচ্ছেদ বিশত উল্লেখ আছে : যিসকলৰ বিচাৰ বুদ্ধি কাঢ়ি লৈছে জাগতিক আকাংক্ষাই তেওঁলোকে অপদেৱতাৰ উপসনা কৰে ৷

5/ ভাগৱত গীতাৰ অধ্যায় 10 অনুচ্ছেদ 3 মতে : ভগৱান কাৰো পৰাজন্ম লোৱা নাই ৷

6/ Yajurveda ch 40 v 8 ত উল্লেখআছে Shudhama popavidham ) ঈশ্বৰনিৰাকাৰ আৰু পৱিত্ৰ (

7/ svetasvatara ch 4 v 20: Na samdrsetisthati rupam asya, na caksusa pasyaticanainam ) ঈশ্বৰ অদৃশ্য, তেওঁক চকুৰেদেখা নাপায় (

8/ Yajurveda ch. 40 v. 9: Andhatama) অন্ধকাৰ ( pravishanti ) প্ৰৱেশ ( yeasumbhuti mupaste. অৰ্থাৎ যি সকলে asumbhuti ৰ উপাসনা কৰে তেওঁলোক অন্ধকাৰত প্ৰৱেশ কৰে ৷asumbhuti হ’ল বায়ু পানী বতাহ আদি ৷ যিসকলে mupaste ৰউপাসনা কৰে তেওঁলোক আৰু বেছি অন্ধকাৰত প্ৰৱেশ কৰে ৷mupaste হ’ল মানুহে তৈয়াৰ কৰা যেনে : টেবুল চিয়াৰ , ছবি,
,যিকোনো মূৰ্তি ৷

9/ Brahmasutra ত উল্লেখ আছে : Ekamvrahm , dvitiya naste neh naste kinehan.) ঈশ্বৰ এজন দ্বিতীয় নাই, নাই নাই কদাপি নাছিল ৷

10/ ঋকবেদ ch. 6 s. 45 v. 16 ত উল্লেখ আছে  it mustihi . ) যি তুলনাহীন আৰু অকলশৰীয়া তেওঁৰ উপাসনা কৰা ( ৷।

QURAN↓↓

✿ আল্লাহক বাদ দি সিহঁতে যিবোৰৰ উপাসনা কৰে, তোমালোক সেইবোৰক গালি নিদিবা )
)কোৰআন ৬ : ১০৮ (।

✿ ধৰ্মৰ বিষয়ত কাৰো ওপৰত জোৰ জবৰদস্তি নাই । ) কোৰআন ২ : ২৫৬ (

✿ বিনা কাৰণত যদি তুমি কাৰোবাক হত্যা কৰিলা )হিন্দু হওঁক, মুছলিম হওঁক, খ্ৰীষ্টান হওঁক ( তেনেহলে গোটেই মানৱ জাতিকেই হত্যা কৰিলা । আৰু যদি কাৰোবাৰ প্ৰাণ ৰক্ষা কৰিলা তেনেহলে গোটেই মানৱ জাতিৰেই প্ৰাণ ৰক্ষা কৰিলা । ) কোৰআন ৫ : ৩২ (

Leave a comment