ৰমজান / ৰমাদানৰ ছিয়াম / ৰোজাৰ ফজীলত সম্পৰ্কীয় কিছুমান চহিহ হাদিছ

🌹 চহিহ মুছলিম হাদীছ নম্বৰ : ২৩৬৭ 🌹 👉👉👉হাৰমালা ইবনু ইয়াহইয়া(ৰহ:) আবু হুৰাইৰা (ৰা: )ৰ পৰা বর্ণিত,তেও কৈছে ৰছুলুল্লাহ(ছা: )য়ে কৈছিল-ৰমজান মাহ আৰম্ভ হলে ৰহমতৰ …

Read moreৰমজান / ৰমাদানৰ ছিয়াম / ৰোজাৰ ফজীলত সম্পৰ্কীয় কিছুমান চহিহ হাদিছ

ৰমাদান / ৰমজান মাহৰ লগতে সকলো সময়ত যিবিলাক কাম বর্জনীয়ঃ

প্রশ্নঃ ৰমাদান মাহত কি কি কাম বর্জন কৰিব লাগিব ?——- ৰমাদান মাহৰ লগতে সকলো সময়ত যিবিলাক কাম বর্জনীয়ঃ———————-ৰমাদান মাহৰ ফজিলত লাভ কৰাৰ কাৰণে এনে কিছুমান …

Read moreৰমাদান / ৰমজান মাহৰ লগতে সকলো সময়ত যিবিলাক কাম বর্জনীয়ঃ

ৰমজান / ৰমাদান হল ইছলামিক বর্ষপঞ্জিকা অনুসৰি নৱম মাহ

ৰমজান হল ইছলামিক বর্ষপঞ্জিকা অনুসৰিনৱম মাহ, যি মাহতবিশ্বব্যাপী মুছলিমসকলে ৰোজা পালন কৰে। ৰমজান মাহতৰোজাপালন ইছলামৰ পঞ্চস্তম্ভৰমাজত চতুৰ্থ তম। এই মাহত প্রত্যেকপ্রাপ্তবয়স্ক মুছলিম ব্যক্তিৰউপৰত ৰোজা পালন …

Read moreৰমজান / ৰমাদান হল ইছলামিক বর্ষপঞ্জিকা অনুসৰি নৱম মাহ

যি ৰাতিটো লাইলাতুল কদৰ হব সেইটো বুজি পোৱাৰ কি কোনো আলামত আছে⁉মৰ্যদাপূৰ্ণ লাইলাতুল কদৰত আমি কি কি ইবাদত কৰিব পাৰোঁ?

‼ যি ৰাতিটো লাইলাতুল কদৰ হব সেইটো বুজি পোৱাৰ কি কোনো আলামত আছে⁉ উত্তৰ : হা , সেই ৰাতিৰ কিছুমান আলামত হাদীছত বর্ণিত আছে। সেইবিলাক …

Read moreযি ৰাতিটো লাইলাতুল কদৰ হব সেইটো বুজি পোৱাৰ কি কোনো আলামত আছে⁉মৰ্যদাপূৰ্ণ লাইলাতুল কদৰত আমি কি কি ইবাদত কৰিব পাৰোঁ?

প্ৰশ্ন : ত্বাগুত / তাগুত কি? তাগুত কেই প্রকাৰ

তাগুত কি? তাগুত কেই প্রকাৰ? তাগুত শব্দ আহিছে “ত্বাগা” শব্দৰ পৰা¸ যাৰ অর্থ “সীমা লংঘন কৰা”, আল্লাহৰ বাহিৰে যিবোৰৰ উপাসনা কৰা হয় আৰু যিয়ে ইয়াতে …

Read moreপ্ৰশ্ন : ত্বাগুত / তাগুত কি? তাগুত কেই প্রকাৰ

দো‘আ / দুআ কবুলৰ চর্তাবলী

দো‘আ কবুলৰ চর্তাবলী : (১) আৰম্ভণিতে আৰু  শেষত  হামদ আৰু  দৰূদ পাঠ কৰা(২) দো‘আ আল্লাহৰ প্রতি খালিছ আনুগত্য সহকাৰে কৰা(৩) দো‘আত কোনো পাপৰ কথা নাইবা …

Read moreদো‘আ / দুআ কবুলৰ চর্তাবলী

প্রশ্ন : জীৱনসঙ্গী নির্বাচনৰ ক্ষেত্রত নাৰী আৰু পুৰুষৰ কি কি গুণাৱলী থকা আৱশ্যক?

প্রশ্ন : জীৱনসঙ্গী নির্বাচনৰ ক্ষেত্রত নাৰী আৰু পুৰুষৰ কি কি গুণাৱলী থকা আৱশ্যক?———————————-উত্তৰ : বিবাহৰ ক্ষেত্রত সর্বাগ্রে পাত্র আৰু পাত্রী উভয়ৰ ধার্মিকতাক অগ্রাধিকাৰ দিব লাগিব। …

Read moreপ্রশ্ন : জীৱনসঙ্গী নির্বাচনৰ ক্ষেত্রত নাৰী আৰু পুৰুষৰ কি কি গুণাৱলী থকা আৱশ্যক?

প্রশ্ন (১৩০৮) : প্রতিবাৰ অজুৰ শেষত লজ্জাস্থানত পানী ছটিওৱা নাৰী-পুৰুষ উভয়ৰ কাৰণে জৰুৰী নেকি?

প্রশ্ন (১৩০৮) : প্রতিবাৰ অজুৰ শেষত লজ্জাস্থানত পানী ছটিওৱা নাৰী-পুৰুষ উভয়ৰ কাৰণে জৰুৰী নেকি?—————উত্তৰ : লজ্জাস্থান বৰাবৰ কাপোৰৰ ওপৰত পানী ছটিওৱা নাৰী-পুৰুষৰ কাৰণে মুস্তাহাব।(মুবাৰকপুৰী, তুহফাতুল …

Read moreপ্রশ্ন (১৩০৮) : প্রতিবাৰ অজুৰ শেষত লজ্জাস্থানত পানী ছটিওৱা নাৰী-পুৰুষ উভয়ৰ কাৰণে জৰুৰী নেকি?

প্ৰশ্ন : ইজমা ও কিয়াছ মানে কি?

ইজমা ও কিয়াছ মানে কি? ইজমা ও কিয়াছক লৈ আমাৰ সমাজত ব্যাপক ভুল ধাৰণা বিদ্যমান। আমি নাজানোয়ে ইজমা কি আৰু কিয়াছ কি!মানুহে ইজমা কিয়াছ সম্পর্কে …

Read moreপ্ৰশ্ন : ইজমা ও কিয়াছ মানে কি?

নাৰীৰ বাহিৰত ওলোৱাৰ ক্ষেত্রত চৰীয়তৰ বিধান কি?

নাৰীৰ বাহিৰত ওলোৱাৰ ক্ষেত্রত চৰীয়তৰ বিধান কি?————————————☞ৰাছুলুল্লাহ্‌ (ছাল্লাল্লাহু আলাইহি ওয়াছাল্লাম) কৈছেঃনাৰী গোপন বস্তু। (তিৰমিজী) অর্থাৎ তাক ঢাকি ৰাখিব লাগে।ৰাছুলুল্লাহ (ছাঃ) কৈছে –‘মহিলা মানুহৰ সকলো লজ্জাস্থান …

Read moreনাৰীৰ বাহিৰত ওলোৱাৰ ক্ষেত্রত চৰীয়তৰ বিধান কি?