ৰমাদান / ৰমজান মাহৰ লগতে সকলো সময়ত যিবিলাক কাম বর্জনীয়ঃ

প্রশ্নঃ ৰমাদান মাহত কি কি কাম বর্জন কৰিব লাগিব ?
——-

ৰমাদান মাহৰ লগতে সকলো সময়ত যিবিলাক কাম বর্জনীয়ঃ
———————-
ৰমাদান মাহৰ ফজিলত লাভ কৰাৰ কাৰণে এনে কিছুমান কাম আছে যিবিলাকৰ পৰা বিৰত থাকিব লাগে বা বিৰত থকা দৰকাৰ , সেইবিলাক তলত উপস্থাপন কৰা হৈছে :
1. পলমকৈ ইফতাৰ কৰা
2. ছেহৰী নোখোৱা
3. শেষৰ দহ দিন বজাৰ কৰাত ব্যস্ত থকা
4. মিছা কোৱা আৰু অন্যান্য পাপ কাম কৰা
5. অপচয় আৰু অপব্যয় কৰা
6. তিলাওয়াতৰ হক আদায় নকৰাকৈ কোৰআন খতম কৰা
7. জামা‘আতৰ সৈতে ফৰজ ছালাত আদায় কৰাত এলাহ কৰা
8. বেছি বেছি খোৱা
9. ৰিয়া বা লোকক দেখুৱাবলৈ ইবাদাত কৰা
10. বেছি বেছিকৈ টোপনি মাৰি সময় অতিবাহিত কৰা
11.বস্তুৰ দাম বৃদ্ধি কৰিবলৈ সংকট তৈয়াৰ কৰা
12. অশ্লীল ছবি চিনেমা বিডিঅ , নাটক ইত্যাদি দেখা
13. অদৰকাৰী কামত ৰাতি সাৰে থাকা
14. বিদ‘আত কৰা
15. দুনিয়াবী ব্যস্ততাত মগ্ন থাকা
.
— ৰমাদান মাহৰ ৩০ আমল

লেখক : হাবীবুল্লাহ মুহাম্মাদ ইকবাল
সম্পাদনা : ড. আবু বকৰ মুহাম্মাদ যাকাৰিয়া

অসমীয়া অনুবাদ : আফজল হুছেইন

Leave a comment