গো-সুৰক্ষা আইন-২০২১
Hi Friends, গো-সুৰক্ষা আইন-২০২১ – যিখন চৰকাৰে নাৰীক সুৰক্ষা দিব নোৱাৰে সেই খন চৰকাৰে আকৌ গৰুক সুৰক্ষা দিব লৈছে, ভাল কথা ! Assam cattle protection bill 2021.
কেৱল মুছলমানক টাৰ্গেট কৰি উগ্ৰ হিন্দুত্ববাদী আৰ এচ এচ আৰু বিজেপি চৰকাৰে এই আইন খন গৃহীত কৰি মুছলমানৰ ওপৰত আঘাত হানিব বিচাৰিছে, মুছলমানৰ ক্ষতি কৰিব বিচাৰিছে কিন্তু মুছলমানৰ অকণমানো ক্ষতি নহয়, ক্ষতি কাৰ হয় চাই থাকক শেষ লৈকে——!!
গো-সুৰক্ষা আইন :
গো মাংস খোৱাটো মুছলমানৰ কোনো ধৰ্মীয় নিয়ম নহয়-
গো মাংস খালে যে বেহেস্তত যাব বা আল্লাহক সন্তুষ্ট কৰা হব তেনে কোনো কথা নাই-
আপোনালোকে হয়তো ভাবিব পাৰে গো- মাংস ৰ হৈতে মুছলমান সকলৰ ধৰ্মীয় আবেগ অনুভূতি জড়িত হৈ আছে-
নহয় তেনেকোৱা কোনো কথা নাই, গো- মাংসৰ সৈতে মুছলমানৰ কোনো ধৰনৰ আবেগ-অনুভতি ও জড়িত থকা নাই-
মহ, ছাগলী- ভেড়া, হাহ- মুৰ্গীৰ মাংসৰ দৰেই কেবল ভক্ষণ হে কৰিছিলে-
গো- মাংস নাপালে বেলেগ মাংস খাব, ইয়াতে মুছলমানৰ ক্ষতি কি হব ….?? একো ক্ষতি নহয়-
আৰু ঈদৰ সময়ত গৰু নিদি ছাগলী, ভেড়া, মহ কুৰবানী দিব। এইবোৰ দিলেও কুৰবানী হৈ যাব , ধৰ্মৰ কোনো ধৰনৰ ক্ষতি নহয়-
কিন্তু
১)- ক্ষতিগ্ৰস্ত হব কৃষৰ-
২)- ক্ষতিগ্ৰস্ত হব অসমীয়াৰ-
৩)- ক্ষতিগ্ৰস্ত হব ৰাজ্যৰ-
৪)- ক্ষতিগ্ৰস্ত হব দেশৰ-
৫)- ক্ষতিগ্ৰস্ত হব উন্নয়নৰ-
৬)- ক্ষতিগ্ৰস্ত হব দ:খীয়া জনগনৰ,ইত্যাদি!!
বি:দ্ৰ:- পোষ্ট টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক আৰু ভক্ত, অন্ধ ভক্ত সকলোক জনাই দিয়ক যে গো-সুৰক্ষা আইন খনে মুছলমান সকলোৰ কোনো ধৰনৰ ক্ষতিগ্ৰস্ত কৰিব নোৱাৰে!