হিজাব – আধুনিকতাৰ নামত নগ্নতা এইয়া সভ্যতা নহয় অসভ্যতা

হিজাব – আধুনিকতাৰ নামত নগ্নতা এইয়া সভ্যতা নহয় অসভ্যতা

হিজাব – Hijab is a special part of religion.

আধুনিকতা আৰু সমঅধিকাৰৰ নামত আজিকালি  বহুতেই ইছলামীক হিজাব ৰ বিৰোধীতা কৰা দেখা যায় । যিহেতু মহান আল্লহে আমাক সৃষ্টি কৰিছে গতিকে আল্লাহৰ বাহিৰে আন কোনোৱে আমাক আমাৰ জীৱন সুন্দৰ ভাৱে পৰিচালনা কৰাৰ নিয়ম নীতি দেখুৱাই দিব নোৱাৰে । আল্লাহৰ নিয়মৰ বাহিৰত গৈ কোনেও কেতিয়াও আধুনিক হব নোৱাৰে । হিজাবৰ পৰা মহিলা সকলক  আতৰাই  সমাজত বিভিন্ন ভাৱে অপদস্ত কৰা হৈ আছে ।

Also read : ইছলাম আৰু মানবতা/ Humanity and Islam

” নগ্নতাই  যদি আধুনিকতা হয় তেন্তে জীৱ জন্তু বিলাক সকলোতকৈ  বেছি আধুনিক ”
( ডা. জাকিৰ নায়ক )

হিজাব ৰ কিছুমান  উপকাৰীতা

১/ আল্লাহ আৰু ৰাছুল  ছাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ আনুগত্য কৰা ।
২/ মৰ্যাদাশীলতাৰ প্ৰমাণ ।
৩/ সততা বজাই ৰাখাৰ প্ৰমাণ ।
৪/ লজ্জাশীলতাৰ প্ৰমাণ ।
৫/ দুষ্কৃতিকাৰীৰ কু বাসনাৰ পৰা আত্মৰক্ষা ।
৬/ ঈমান ৰ প্ৰমাণ ।
৭/ অন্তৰৰ বিশুদ্ধতা ।

 

Read more : Correct Hijab According to Islam

Leave a comment