পথভ্ৰষ্ট আলিম সম্পৰ্কে ৰাছুল (ছা:)ৰ ভৱিষ্যত বাণী

✗☞ পথভ্ৰষ্ট আলিম দাজ্জালতকৈ বেছি ভয়ানক আৰু বিপদজনক   ☜ ✗

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে
কৈছে : “মোৰ উম্মাতৰ কাৰণে এটি
বিষয়ক দাজ্জালতকৈও বেছি ভয়
কৰোঁ। চাহাবাসকলে ভয়তে সুধিলে,
হে আল্লাহৰ ৰাছুল! সেইটো কি?

তেওঁ ক’লে : বিপথগামী আৰু পথভ্রষ্ট আলিম ।

(মুছনাদে আহমাদ-২১৬২১, ২১৬২২ ,
 তাবৰানী- ৭৬৫৩)|

আজি আমাৰ সমাজত এই শ্ৰেণীৰ আলিমৰ সংখ্যাই সৰ্বাধিক। গতিকে কোনোবাই মছজিদৰ মিম্বাৰত বহি সুন্দৰ ভাষণ দিলেই তাক বিশ্বাস কৰি আমল কৰিলে কিয়ামতৰ দিনা সৰ্বহাৰা হব। সন্দেহ হ’লে কোৱা কথাবোৰৰ দলিল বিচাৰক আৰু কুৰআন ও হাদীছৰ লগত মিলাই চাওঁক। হক্কপন্থী আলিমসকলে সদায় দলিলসহকাৰে waz কৰে।

Leave a comment