গো-সুৰক্ষা আইন-২০২১
Hi Friends, গো-সুৰক্ষা আইন-২০২১ – যিখন চৰকাৰে নাৰীক সুৰক্ষা দিব নোৱাৰে সেই খন চৰকাৰে আকৌ গৰুক সুৰক্ষা দিব লৈছে, ভাল কথা ! Assam cattle protection bill 2021.
কেৱল মুছলমানক টাৰ্গেট কৰি উগ্ৰ হিন্দুত্ববাদী আৰ এচ এচ আৰু বিজেপি চৰকাৰে এই আইন খন গৃহীত কৰি মুছলমানৰ ওপৰত আঘাত হানিব বিচাৰিছে, মুছলমানৰ ক্ষতি কৰিব বিচাৰিছে কিন্তু মুছলমানৰ অকণমানো ক্ষতি নহয়, ক্ষতি কাৰ হয় চাই থাকক শেষ লৈকে——!!
গো-সুৰক্ষা আইন :
নহয় তেনেকোৱা কোনো কথা নাই, গো- মাংসৰ সৈতে মুছলমানৰ কোনো ধৰনৰ আবেগ-অনুভতি ও জড়িত থকা নাই-
গো- মাংস নাপালে বেলেগ মাংস খাব, ইয়াতে মুছলমানৰ ক্ষতি কি হব ….?? একো ক্ষতি নহয়-
কিন্তু
১)- ক্ষতিগ্ৰস্ত হব কৃষৰ-
২)- ক্ষতিগ্ৰস্ত হব অসমীয়াৰ-
৩)- ক্ষতিগ্ৰস্ত হব ৰাজ্যৰ-
৪)- ক্ষতিগ্ৰস্ত হব দেশৰ-
৫)- ক্ষতিগ্ৰস্ত হব উন্নয়নৰ-
৬)- ক্ষতিগ্ৰস্ত হব দ:খীয়া জনগনৰ,ইত্যাদি!!
বি:দ্ৰ:- পোষ্ট টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক আৰু ভক্ত, অন্ধ ভক্ত সকলোক জনাই দিয়ক যে গো-সুৰক্ষা আইন খনে মুছলমান সকলোৰ কোনো ধৰনৰ ক্ষতিগ্ৰস্ত কৰিব নোৱাৰে!