আল্লাহে মানুহৰ ৭ টা গুণ পচন্দ কৰে

☞☞☞ আল্লাহ চুবহানুহুতাআলাই মানুহৰ ৭ টা গুণ পছন্দ কৰে:– ☜☜☜

১. তওবা – ‘আল্লাহে তওবাকাৰীসকলক ভাল পায়’ (বাকাৰা ২:২২২)
২. তাহাৰাত (পবিত্রতা) – ‘যিসকলে পবিত্র হৈ থাকে তেওঁলোকক আল্লাহে ভাল পায়’ (বাকাৰা ২:২২২)
৩. তাক্বওৱা (আল্লাহভীতি) – ‘নিশ্চয় আল্লাহে মুত্তাকীসকলক ভাল পায়’ (তওবা ৯:৪)
৪. ইহছান – ‘আল্লাহে নেককাৰসকলক ভাল পায়’ (আল ইমৰান ৩:১৩৪)
৫. তাওৱাক্কুল – ‘নিশ্চয় আল্লাহে ভাল পায় তেওঁৰ ওপৰত ভৰষাকাৰীসকলক’ (আল ইমৰান ৩:১৫৯)
৬. ন্যায়বিচাৰ – ‘আল্লাহে ন্যায়পৰায়ণ শাসকক ভাল পায়’ (মায়িদাহ ৫:৪২)
৭. চবৰ – ‘আল্লাহে দৃঢ়ভাৱে ধৈর্য্যশীল ব্যক্তিসকলক ভাল পায়’ (আল ইমৰান ৩:১৪৬)

আপোনাৰ মাজত এই গুণসমূহ আছেনে???
যদি কোনোটো কম আছে আজিৰ পৰাই এনেকুৱা গুণৰ অধিকাৰী হোৱাৰ চেষ্টা কৰক। আল্লাহে আমাক সকলোকে এইসমূহ গুণৰ অধিকাৰী কৰক। আমিন।  । ।

Leave a comment