প্রশ্ন: জান্নাতৰ সুসংবাদপ্রাপ্ত দহজন চাহাবী কোন কোন ?

প্রশ্ন: জান্নাতৰ সুসংবাদপ্রাপ্ত দহজন চাহাবী কোন কোন ? উত্তৰ:(১) আবু বক্কৰ (ৰা:)(২) ওমৰ বিন খাত্তাব (ৰা:)(৩) উছমান বিন আফ্ফান (ৰা:)(৪) আলী বিন আবী তালেব (ৰা:)(৫) …

Read moreপ্রশ্ন: জান্নাতৰ সুসংবাদপ্রাপ্ত দহজন চাহাবী কোন কোন ?

প্ৰশ্নঃ- সন্তান বেছি হলে মানুহ দুখীয়া হৈ যায়। এই কথা কোৱা কি ঠিক?

প্ৰশ্নঃ- সন্তান বেছি হলে মানুহ দুখীয়া হৈ যায়। এই কথা কোৱা কি ঠিক? উত্তৰঃ- অৱশ্যেই ঠিক নহয়। কাৰণ খাদ্যৰ মালিক আল্লাহ। কোনেও কাৰোৰ খাদ্যৰ দায়িত্ব …

Read moreপ্ৰশ্নঃ- সন্তান বেছি হলে মানুহ দুখীয়া হৈ যায়। এই কথা কোৱা কি ঠিক?

দাঈ হোৱা সহজ! কিন্তু মুফতি হোৱা কঠিন !!

দাঈ হোৱা সহজ!!!! ♦ দ্বাঈ হ’বলৈ তেনেকুৱা #যোগ্যতা নলাগে। মহানবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে,” প্রচাৰ কৰা যদি এটি মাত্র আয়াতো হয়”(ছহিহ বুখাৰী: ৩৪৬১)। সেয়েহে আমি …

Read moreদাঈ হোৱা সহজ! কিন্তু মুফতি হোৱা কঠিন !!

প্রশ্নঃ পৃথিৱীত বেয়া মানুহৰ সংখ্যাই বেছি। অধিকাংশ মানুহ মূর্তিপূজা আৰু শ্বিৰ্ক কৰে। তেনেহলে তেওঁলোক কি জাহান্নামত যাব? এইটো কি কৰি সম্ভৱ?

প্রশ্নঃ পৃথিৱীত বেয়া মানুহৰ সংখ্যাই বেছি। অধিকাংশ মানুহ মূর্তিপূজা আৰু শ্বিৰ্ক কৰে।  তেনেহলে তেওঁলোক কি জাহান্নামত যাব? এইটো কি কৰি সম্ভৱ? ☞☞ ড. জাকিৰ নায়ক,পৃথিৱীখন …

Read moreপ্রশ্নঃ পৃথিৱীত বেয়া মানুহৰ সংখ্যাই বেছি। অধিকাংশ মানুহ মূর্তিপূজা আৰু শ্বিৰ্ক কৰে। তেনেহলে তেওঁলোক কি জাহান্নামত যাব? এইটো কি কৰি সম্ভৱ?

আল্লাহৰ যিহেতু আকাৰ আছে গতিকে আল্লাহ যি বস্তুৰ দ্বাৰা তৈয়াৰ সেই বস্তু কি আল্লাহৰ আগতেই আছিল ? ( যেনে মানুহ মাটিৰ উপাদানৰ দ্বাৰা দৃষ্টি গতিকে মানুহ সৃষ্টিৰ আগতে মাটিৰ অস্তিত্ব আছিল )

1 ) আল্লাহৰ যিহেতু আকাৰ আছেগতিকে আল্লাহ যি বস্তুৰ দ্বাৰাতৈয়াৰ সেই বস্তু কি আল্লাহৰআগতেই আছিল ? ( যেনে মানুহ মাটিৰউপাদানৰ দ্বাৰা দৃষ্টি গতিকে মানুহসৃষ্টিৰ আগতে …

Read moreআল্লাহৰ যিহেতু আকাৰ আছে গতিকে আল্লাহ যি বস্তুৰ দ্বাৰা তৈয়াৰ সেই বস্তু কি আল্লাহৰ আগতেই আছিল ? ( যেনে মানুহ মাটিৰ উপাদানৰ দ্বাৰা দৃষ্টি গতিকে মানুহ সৃষ্টিৰ আগতে মাটিৰ অস্তিত্ব আছিল )

ইছলাম যে শান্তিৰ ধৰ্ম তাৰ কেইটামান উদাহৰণ-

ইছলামযে শান্তিৰ ধৰ্ম তাৰ কেইটামান উদাহৰণ- ১/ ইছলামত কোনো জাতিভেদ প্ৰথা নাই = শান্তি ২/ ইছলামত যৌতুক প্ৰথা নিষিদ্ধ  = শান্তি ৩/ ইছলামত কোনো ব্যাঙ্ক …

Read moreইছলাম যে শান্তিৰ ধৰ্ম তাৰ কেইটামান উদাহৰণ-

কিয়ামতৰ আলামত!!!

কিয়ামতৰ আলামত!!! →দেখা নাই কোনো হিন্দু ৰমণীককুৰআন তিলাওৱাতত মচগুল! →দেখিছোঁ বহুতো মুছলিম ৰমণীকপূজাত দিয়ে ফুল। →দেখা নাই কোনো হিন্দু যুৱককওৱাজ শুনা মছজিদত! →দেখিছোঁ বহুতো মুছলিম …

Read moreকিয়ামতৰ আলামত!!!

অমুছলিমৰ প্রশ্নঃ আল্লাহক কোনে সৃষ্টি কৰিছে, যাৰ কোনো শেষ নাই আৰম্ভনীও নাই?

অমুছলিমৰ প্রশ্নঃ আল্লাহক কোনে সৃষ্টি কৰিছে, যাৰ কোনো শেষ নাই আৰম্ভনীও নাই?↘উত্তৰঃ (ড.জাকিৰ নাইক চাৰ)সাধাৰণতে এই প্রশ্নৰ উত্তৰটো মই অন্যএটা প্রশ্নৰ মাধ্যমেৰে দিওঁ। এনেকৈ যে, …

Read moreঅমুছলিমৰ প্রশ্নঃ আল্লাহক কোনে সৃষ্টি কৰিছে, যাৰ কোনো শেষ নাই আৰম্ভনীও নাই?

তাবলীগৰ অর্থ কি?* *তাবলীগ কিহৰ কৰিব লাগিব?* *তাবলীগ কেনেকৈ কৰিব লাগিব?

*তাবলীগৰ অর্থ কি?**তাবলীগ কিহৰ কৰিব লাগিব?**তাবলীগ কেনেকৈ কৰিব লাগিব?* উত্তৰ:*★তাবলীগ অর্থ””””❓*“তাবলীগ”ৰ অর্থ প্রচাৰ কৰা, বার্তা পৌঁছাই দিয়া। তাবলীগৰ অর্থ কোনো দল নহয়, যদিও বর্তমানে বহুতে …

Read moreতাবলীগৰ অর্থ কি?* *তাবলীগ কিহৰ কৰিব লাগিব?* *তাবলীগ কেনেকৈ কৰিব লাগিব?