আকাশ ও পৃথিৱীত যিবোৰ আছে সকলোৱে কেৱল আল্লাহৰ ইবাদত কৰে।। কোৰআনত বৰ্ণিত কিছুমান প্ৰণীৰ কাহিনী , হুদহুদ চৰাই, কাউৰী, মাছ আৰু হাতী
এটি হুদহুদ চৰাই এটা জাতিৰইছলাম গ্রহণৰ কাৰণ আছিল।——- [ছূৰা,নামলঃ-২০-৪৪]→ এটি পৰুৱাই এটা সৈন্যবাহিনীৰ যাত্রাপথকপৰিৱর্তন কৰিদিছিল।——- [ছূৰা,নামলঃ-১৮-১৯]→ এটি কাউৰীয়ে আদমসন্তানক শিকাইছেকেনেকৈ মৃতককদাফন কৰিবলাগে।——- [ছূৰা,মায়েদাঃ-৩১]→ এটি মাছে …