যিয়ে শৰীৰত দাগ নলগায়, জৰা-ফুকাৰ আশ্ৰয় নলয় ও শুভ-অশুভ নামানি কেৱল আল্লাহৰ ওপৰত ভৰসা ৰাখে তেনে ৭০ হাজাৰ লোক বিনা হিচাবত জান্নাতত যাব
ছহীহ বুখাৰী হা/৬৫৪১. ইবনু ‘আব্বাছ (ৰাঃ)-ৰ পৰা বর্ণিত। তেওঁ কৈছে, নবী চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামে কৈছেঃ পূৰ্বৰ উম্মাতসকলক মোৰ সন্মুখত পেচ কৰা হয়। কোনো নবীয়ে …