ৰাছূলুল্লাহ ছাল্লাল্লাহুু আলাইহি ৱাছাল্লামে কৈছে, মোৰ বিদায়ৰ পিছত পূৰ্বৰ দেশসমূহৰ মাজৰ কোনো এখন দেশৰ পৰা মোৰ উম্মতৰ ভিতৰৰ পৰা এটা দল বাহিৰ হব।

চাহাবী আবু চাঈদ খুদৰী আৰু হজৰত আলী ৰাদ্বিয়াল্লাহু আনহুমাই কৈছে যে,“ৰাছূলুল্লাহ ছাল্লাল্লাহুু আলাইহি ৱাছাল্লামে কৈছে, মোৰ বিদায়ৰ পিছত পূৰ্বৰ দেশসমূহৰ মাজৰ কোনো এখন দেশৰ পৰা …

Read moreৰাছূলুল্লাহ ছাল্লাল্লাহুু আলাইহি ৱাছাল্লামে কৈছে, মোৰ বিদায়ৰ পিছত পূৰ্বৰ দেশসমূহৰ মাজৰ কোনো এখন দেশৰ পৰা মোৰ উম্মতৰ ভিতৰৰ পৰা এটা দল বাহিৰ হব।

শুক্রবাৰীয়া বিশেষ: Friday special

শুক্রবাৰীয়া বিশেষ: ইছলাম অহাৰ আগতেও পৃথিৱীত অনেক ধৰ্ম আছিল ৷ খৃষ্টান আছিল, ইহুদী আছিল ৷ মূৰ্তি পূজা,অগ্নি পূজা, সূৰ্য পূজা, সকলো ধৰণৰ ধৰ্মই আছিল ৷ …

Read moreশুক্রবাৰীয়া বিশেষ: Friday special

শুকুৰবাৰ , ইছলামত শুকুৰবাৰ দিনটোৰ মহত্ত্ব অধিক ।

বিছমিল্লাহিৰ ৰাহমানিৰ ৰাহিমআজি শুকুৰবাৰ , ইছলামত আজিৰ দিনটোৰ মহত্ত্ব অধিক  । আল্লাহৰ কৃপা লাভ কৰাৰ বাবে আজিৰ দিনটোক সপ্তাহৰ আন দিনৰ পৰা পৃথক কৰি ৰখা …

Read moreশুকুৰবাৰ , ইছলামত শুকুৰবাৰ দিনটোৰ মহত্ত্ব অধিক ।

চালাতত নাভীৰ তলত হাত বন্ধা হাদীছ যঈফ

চালাতত নাভীৰ তলত হাত বন্ধা হাদীছ যঈফ। শ্বৰীয়তৰ ক্ষেত্ৰত যঈফ হাদীছৰ ওপৰত নিৰ্ভৰশীল হোৱা বৈধ নহয়,, যি ছহীহ আৰু হাছান বুলি প্ৰমাণিত হোৱা নাই।ইমাম ইবনু …

Read moreচালাতত নাভীৰ তলত হাত বন্ধা হাদীছ যঈফ

আমাৰ সমাজৰ তথাকথিত আলিমৰ মূখৰ জাল কথা আৰু তাৰ ভয়াবহ পৰিণাম শুনকঃ

আমাৰ সমাজৰ তথাকথিত আলিমৰ মূখৰ জাল কথা আৰু তাৰ ভয়াবহ পৰিণাম শুনকঃ ৰাছূলুল্লাহ  চাল্লাল্লাহু আলাইহি অছাল্লামে আদম আঃ ৰ  সৃষ্টিৰ পূর্বে তাৰকা ৰূপে বিদ্যমান আছিল!এই …

Read moreআমাৰ সমাজৰ তথাকথিত আলিমৰ মূখৰ জাল কথা আৰু তাৰ ভয়াবহ পৰিণাম শুনকঃ

কোনো ব্যক্তিয়ে প্রতিদিন পুৱা গধূলি এই দোৱাটো তিনিবাৰ পঢ়িলে একো বস্তুৱে তেওঁক কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে!! দুআ

কোনো ব্যক্তিয়ে প্রতিদিন পুৱা গধূলি এই দোৱাটো তিনিবাৰ পঢ়িলে একো বস্তুৱে তেওঁক কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে। অন্য এক বর্ণনাত আছে: পুৱা পঢ়িলে সন্ধিয়ালৈকে অতর্কিত …

Read moreকোনো ব্যক্তিয়ে প্রতিদিন পুৱা গধূলি এই দোৱাটো তিনিবাৰ পঢ়িলে একো বস্তুৱে তেওঁক কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে!! দুআ

প্ৰশ্ন :- ইছলাম ধৰ্মৰ পৱিত্ৰ কুৰআন আৰু সাদিছে অ- মুছলিম সকলৰ লগত কেনেকুৱা আচৰণ কৰিবলৈ কয় ? যদি ভাল আচৰণ কৰিবলৈ কয় তেন্তে এই ধাৰণাৰ মূল ভেটি কিহৰ ওপৰত প্ৰতিষ্ঠিত ?

প্ৰশ্ন :- ইছলাম ধৰ্মৰ পৱিত্ৰ কুৰআন আৰুসাদিছে অ- মুছলিম সকলৰ লগতকেনেকুৱা আচৰণ কৰিবলৈ কয় ? যদিভাল আচৰণ কৰিবলৈ কয় তেন্তে এইধাৰণাৰ মূল ভেটি কিহৰ ওপৰতপ্ৰতিষ্ঠিত …

Read moreপ্ৰশ্ন :- ইছলাম ধৰ্মৰ পৱিত্ৰ কুৰআন আৰু সাদিছে অ- মুছলিম সকলৰ লগত কেনেকুৱা আচৰণ কৰিবলৈ কয় ? যদি ভাল আচৰণ কৰিবলৈ কয় তেন্তে এই ধাৰণাৰ মূল ভেটি কিহৰ ওপৰত প্ৰতিষ্ঠিত ?

আল্লাহই যিসকলক পছন্দ নকৰে

#আল্লাহই_যিসকলক_পছন্দ_নকৰে# “নিশ্চয় আল্লাহে মুমিনসকলক প্ৰতিৰক্ষা দি থাকে, তেওঁ কোনো বিশ্বাসঘাতক, অকৃতজ্ঞ ব্যক্তিক পছন্দ নকৰে”।(ছুৰাঃআল-হজ্জঃ ৩৮) “আৰু যিসকলে নিজকে প্ৰতাৰিত কৰে তুমি সিহঁতৰ সমৰ্থনত বিতৰ্ক নকৰিবা; …

Read moreআল্লাহই যিসকলক পছন্দ নকৰে

তাবলীগ / তবলীগ জামাত সম্পৰ্কে ড. জাকিৰ নায়কৰ মন্তব্য

প্রশ্নঃ মোৰ প্রশ্ন জাকিৰ ভাইৰওচৰত , যে আমাৰইয়াত  ইছলামক এটা নতুনচেহাৰা দিয়া হৈছে যিতাবলীগ নামে পৰিচিত ।যত মুছলিমসকলে তেওঁলোকৰ ঘৰবাৰী এৰি চল্লিশ (৪০) দিনৰবাবে  মছজিদে …

Read moreতাবলীগ / তবলীগ জামাত সম্পৰ্কে ড. জাকিৰ নায়কৰ মন্তব্য

জৰ্দা / জৰদা কিয় হাৰাম ?

জৰ্দা / জৰদা  কিয় হাৰাম ? وَيُحِلُّ لَهُمُ الطَّيِّبَاتِ وَيُحَرِّمُ عَلَيْهِمُ الْخَبَائِثَ (الأعراف : ১৫৭) “তেওঁ তোমালোকৰ বাবে পৱিত্র আৰু  ভাল (তাইয়েবাত) বস্তু হালাল কৰে …

Read moreজৰ্দা / জৰদা কিয় হাৰাম ?