বিষ হলে কি দোৱাৰে জৰা-ফুকা কৰিব লাগে ?
বিষ হলে কি দোৱাৰে জৰা-ফুকা কৰিব লাগে? উত্তৰ: ওছমান ইবনু আবুল আছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বর্ণিত এবাৰ তেওঁ ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত বিষ হোৱাৰ …
বিষ হলে কি দোৱাৰে জৰা-ফুকা কৰিব লাগে? উত্তৰ: ওছমান ইবনু আবুল আছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বর্ণিত এবাৰ তেওঁ ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত বিষ হোৱাৰ …
@@মৃত্যু ও মৃত ব্যক্তি সম্পৰ্কে মাছায়েল@@ প্ৰত্যেক ব্যক্তিয়ে মৃত্যুৰ সোৱাদ লবই লাগিব, মৃত্যুৰ পৰা কোনেও হাত সাৰি থাকিব নোৱাৰে । এই সম্পৰ্কে দুটা মান হাদীছ …
কিছু মুছলিম বৰকতৰ আশায় গজবৰ পথে । তাৰ কেইটামান নমুনা :– ১.পৰীক্ষাৰ দিবলৈ যোৱাৰ সময়ত কণী খাই গলে পৰীক্ষা বেয়া হয় বুলি বিশ্বাস কৰা । …
Read moreকিছু মুছলিম বৰকতৰ আশায় গজবৰ পথে । তাৰ কেইটামান নমুনা
🌹 ছূৰা কাফিৰুণ ৰ ফযীলত । 🌹 (১) ৰাছুলুল্লাহ ছাল্লাল্লাহু আ’লাইহি ওৱাছাল্লামে কৈছে , “ক্বুল ইয়া আইয়্যুহাল কাফিৰুণ কুৰআনৰ চাৰি ভাগৰ এক ভাগৰ সমান।” তিৰমিজি …
⏩ বিয়াত প্রায় দেখা যায় শখ কৰি হওক বা প্রথাগতভাবে, (দৰা) বৰক সোনৰ গহনা (চেইন বা আঙুঠি) দিয়ে… যোনে দিয়ে সিহতে হয়তো খুশ্বি মনেই দিয়ে, …
প্রশ্নঃ পৱিত্র মক্কা ও মদীনাত অমুছলিমসকলৰ প্রৱেশৰ অধিকাৰ নাই কিয়? ✔ উত্তৰঃ এইকথাটো সত্য যে, মক্কা আৰু মদীনাত অমুছলিমসকলৰ প্ৰৱেশৰ অনুমতি নাই,কিন্তু মক্কা আৰু মদীনা …
Read moreপ্রশ্নঃ পৱিত্র মক্কা ও মদীনাত অমুছলিমসকলৰ প্রৱেশৰ অধিকাৰ নাই কিয়?
ইছলামৰ দৃষ্টিত বিবাহৰ আগত কৰা অবৈধ প্ৰেম ভালপোৱা নাযায়েয বা হাৰাম। কিন্তি বিয়াৰ আগতে কাৰোবাক পছন্দ কৰা নাযাব এইটো ঠিক নহয়। আমাৰ মাজত কিছু ভুল …
Read moreপ্ৰশ্ন: বিবাহৰ আগতে আমি কাৰোবাক পছন্দ কৰিব পাৰিম নে?
💢 প্ৰশ্ন: প্রেম কৰা ইছলামত জায়েজ আছে নেকি? অর্থাৎ বিয়াৰ আগতে নাৰী – পুৰুষৰ প্রেম সম্পর্কে ইছলামে কি কয় ⁉ 💢 উত্তৰ: বিবাহৰ পূৰ্বে প্ৰেম …
তবলিগী জামাতৰ ৰেহনুমামৌলবী চা’দ চাহাবৰ আকীদাহ আৰুদাৰুল উলুম দেওবন্দ৷**************************মৌলানা ফজলুল কৰিম কাছিমী তাবলিগী জামাতৰ বিশ্ব মৰ্কজ হল দিল্লীৰ নিজামুদ্দিনস্থিত বাংলাৱালী …
‘আল্লাহ’ শব্দটি মহান সত্বাৰ ইছমে ‘জাত’। আল্লাহৰ এই সত্বামূলক নামটি পবিত্র কুৰআনত ২৫৮৪ বাৰ উল্লেখ আছে। হাদীছতো ইয়াৰ কোনো প্রতিশব্দ উল্লেখ কৰা হোৱা নাই। আল্লাহ …