মিছা কথা কোৱা মহাপাপ/কবীৰা গুণাহ ।
April fool পালন কৰা হাৰাম।
কিয়নো মিছা কথা কোৱা মহাপাপ ।আৰু April fool ৰ নামত মানুহক বুৰ্বক বনোৱা নিসন্দেহ এটা গৰ্হিত কাজ ।
আপুনি জানেনে মিছা কথাক সকলো গুনাহৰ মা বুলি ও কোৱা হয় ?
মহান আল্লাহে পবিত্ৰ কোৰআনত কৈছে ,
“কেৱল সিহঁতেই মিছা ৰটনা কৰে যিসকলে আল্লাহৰ আয়াতসমূহৰ প্ৰতি বিশ্বাস স্থাপন নকৰে, আৰু সিহঁতেই মিছলীয়া।” (১৬:১০৫)
আল্লহে আমাক এইবিলাক ইছলাম বিৰোধী সকলো কুসংস্কৃতিৰ পৰা বাচি থাকিবলৈ তৌফিক দিয়ক ।
আমিন ।