Top 10 benefits of Apple – আপেলৰ ১০ টি গুনাগুণ
Benefits of Apple in Assamese. আপেলৰ ১০ টি গুনাগুণ : ফলৰ ভিতৰত আপেল হৈছে অন্যতম প্ৰিয় আৰু উপকাৰী ফল।
হয় আপেলৰ গুনাগুণ অনেক আছে যদিও আজি আমি আপোনালোকৰ ওচৰত আপেলৰ ১০ টি গুনাগুণ ৰ কথা উল্লেখ কৰিব বিচাৰিছো। যাৰ দ্বাৰা আপোনাৰ কিছু হলেও লাভ হব বুলি আমি আশা কৰিছোঁ।
আপেলৰ সেৱনে আমাৰ দেহৰ বহুতো উপকাৰ সাধন কৰে। ইয়াৰ সেৱনে আমাৰ শৰীৰক ৰোগৰ প্ৰভাৱৰ পৰা বচাই ৰাখিব পাৰে।গতিকে ইয়াৰ উপকাৰী গুণবোৰৰ বিষয়ে জানো আহক।
BUY SOME GOOD PRODUCTS FROM AMAZON
Buy Now . Fasttrack Stylish Men’s Watch
Buy Now : Sonata Analog Blue Dial Women’s Watch
Buy Now: Cotton pillow combo set of 5
Buy Now: Eye Shadow 120 Colour
Buy Now: L’oreal Expert Professionnel – X-TENSO moisturist cream 1000 ml
Buy Now: Shudh Triphala Ras 500 ml 2 pack
And Buy Now: Lipton Green Tea 250 gm
Buy Now : Roll over image to zoom in L’oreal Paris Xtenso Smoothing Cream 400 ml
আপেলৰ গুনাগুণ: ( Benefits of Apple )
ইয়াত প্ৰচুৰ পৰিমাণে আয়ৰণ থাকে যিয়ে আমাৰ শৰীৰত তেজৰ বৃদ্ধি কৰি দেহটো নিৰোগী কৰি ৰখাত সহায় কৰে।
READ: ইছলামৰ আদৰ্শৰ এক সুন্দৰ উদাহৰণ
A . আপেলৰ ১০ টি গুনাগুণ :
1. প্রতিদিনে ৰাতিপুৱা এফালকৈ আপেল খালে diabetics হ’ৱ নোৱাৰে |
2. অধিক শকত মানুহৰ কাৰনে Apple বিশেষ উপকাৰি |কিয়নো Apple লে কম দিনত weight loss কৰাত সহায় কৰে |
3. আপেলে Lung , breast,colon liver cancer প্রতিৰোধ কৰাত মোহ’ঔষধ হিচাপে কাম কাৰে |
4. Asthama ৰোগীসকলোৰ বাৱে আপেল জিৱনী শক্তী |
5. Low cholesterol ৰ বাৱে উত্তম পথ্য |
6. Brain function শত্তিশালী কৰে |
7.কুকুৰীকনা ৰোগ তথা চকুৰ যিকনো ৰোগৰ কাৰনে আপেল বিশষ উপকাৰি |
8.প্রতিদিন এটাকৈ আপেল খালে হাড়ৰ গঠন মজবুত হোৱাৰ লগতে শৰীৰ সুঠাম আৰু সুন্দৰ হয় |
5.বাকলিসহ ইয়াৰ সেৱন কৰিলে দাঁতত হোৱা বীজাণু নাশ হয়।
7.pregnancyৰ সময়ছোৱাত নিয়মীয়াকৈ এটা আপেল সেৱন কৰিলে তেজ কমি যোৱা সমস্যা নোহোৱা হয়।
8.বাকলিসহ ইয়াৰ সেৱন কৰিলে পাচনতন্ত্ৰত পাথৰ হোৱা সমস্যা দূৰ হয়।
9.আপেলৰ সেৱনে শৰীৰত হোৱা দুৰ্বলতা নোহোৱা কৰে।
10.আপেলৰ গুটি কেন্সাৰ ৰোগৰ প্ৰতিকাৰক।
এইখনিয়ে হৈছে আপেলৰ গুনাগুণ ।
সুস্বাস্থ্যৰ অধিকাৰী হ’বলৈ পঢ়ক
এইদৰে আপোনালোকে ইয়াৰ ব্যৱহাৰ কৰক আৰু সুফল লাভ কৰক।
আপেল খাওঁক আৰু আপেলৰ গুনাগুণ লাভ কৰক ।
লগতে পষ্টো লাইক আৰু শ্বেয়াৰ কৰক।
ধন্যবাদ ।