💢প্রশ্ন : টয়লেট সহ বাথৰুমত অজু কৰাৰ পিছত অজুৰ দো‘আ পাঠ কৰা যাব নে ? নে বাহিৰত আহি দো‘আ পঢ়িব লাগিব ⁉
💢#উত্তর : টয়লেটৰ ভিতৰত উক্ত দো‘আ পাঠ কৰাত কোনো বাধা নাই । কেবল পেছাব-পায়খানা কৰি থকা অবস্থাত দো‘আ সহ সকলো প্রকাৰ যিকিৰৰ পৰা বিৰত থাকিব (বুখাৰী, মুছলিম, মিশকাত হা/৫৩৫)। সাধাৰণভাবে বাথৰুমত দো‘আ পঢ়া যাব। আয়েশ্বা (ৰা:) কৈছে , ৰাছুল (ছাঃ) সর্বাবস্থাত আল্লাহৰ যিকৰ কৰিছিল’(মুছলিম, মিশকাত হা/৪৫৬)