☞☞আল্লাহৰ কিছু বৈশিষ্ট্য ☜☜
১. আল্লাহৰ কোনো অংশীদাৰ নাই, কোন সমকক্ষ নাই আৰু কোন প্রতিদ্বন্দ্বী নাই
২. আল্লাহৰ কোনো পিতা, মা, পুত্র বা স্ত্রী নাই
৩. কাৰোবাক বা কিবা এটি মধ্যৱর্তী অবিহনে প্ৰত্যক্ষ ভাৱে আল্লাহৰ উপাসনা কৰিব পাৰি
৪. আল্লাহৰ বাবে কাৰো উপাসনাৰ প্রয়োজন নাই
৫. আল্লাহে কাৰো জৱাবদিহি নহয়
৬. আল্লাহ কোনো ব্যক্তি বা বস্তুৰ ওপৰত নির্ভৰশীল নহয়. আনহাতে সকলো ব্যক্তি আৰু সকলো সৃষ্টিৰাজি আল্লাহৰ ওপৰত নির্ভৰশীল
৭. আল্লাহ কাৰোবাৰ সহায়তা অবিহনে সকলোবোৰ সৃষ্টি কৰিব পাৰে
৮. আল্লাহৰ উৰ্দ্ধত বা আল্লাহৰ সম্য আন একো নাই
৯. বিদ্যমান এনে একোৱেই নাই যি সম্পূর্ণৰূপে আল্লাহৰ পৰাধীন নহয়
১০. কোনেও প্রতিৰোধ কৰিব নোৱাৰে যিটো আল্লাহে প্রদান কৰে, আৰু কোনেও প্রদান কৰিব নোৱাৰে যিটো আল্লাহে প্রতিৰোধ কৰে
১১. একমাত্র আল্লাহেই কাৰো উপকাৰ বা ক্ষতি কৰিব পাৰে, এই ক্ষমতা আন কাৰো নাই।