যিকোনো জড় পদাৰ্থক সন্মান দেখুৱা তথা তাযীম কৰা শ্বির্ক।।
জাতীয় পতাকাক সন্মান দেখুৱা শ্বির্ক।। পতাকাক চেলুট দিয়া শ্বির্ক।।
ইটা-পাথৰৰ দ্বাৰা তৈয়াৰ কৰা স্মৃতিসৌধ, শ্বহীদ মিনাৰ, মাজাৰ তথা কবৰ ইত্যাদি যিকোনো জড় বস্তুক সন্মান দেখুৱা শ্বির্ক।।
এইবিলাকক সন্মান দেখুৱা, ফুল দিয়া, নীৰৱতা পালন কৰা ইত্যাদি সকলোবোৰেই শ্বির্কী কার্য-কলাপ।।
এইবিলাকৰ কোনো প্রাণ নাই। এনে ধৰণৰ প্রাণহীন বস্তুক কোনো বুদ্ধিমান ব্যক্তিয়ে সন্মান দেখুৱাব নোৱাৰে ???
আমাৰ এই জাতি কিমান বুৰ্বক জাতি!!!!!!!!
এই জাতিৰ শিৰাই শিৰাই শ্বির্ক সোমাই আছে, কিন্তু তাৰ পিছতো তেওঁলোকে ভাৱি আছে যে তেওঁলোক তাওহীদবাদী মুছলিম।।
মহান আল্লাহে কৈছে-
وَمَا يُؤْمِنُ أَكْثَرُهُمْ بِاللَّهِ إِلَّا وَهُمْ مُشْرِكُونَ
সিহঁতৰ সৰহভাগ মানুহে ঈমান পোষণ কৰা সত্বেও আল্লাহৰ লগত অংশীদাৰ স্থাপন (শ্বিৰ্ক) কৰে। (ছুৰা ইউচুফঃ ১০৬)
এই জাতি শ্বির্ক সম্পর্কে সতেচন নহয়, এই জাতিয়ে বুজি নাপায় তাওহীদ কি বস্তু???
এনেকৈয়েই এওঁলোকে শ্বিৰ্ক কৰি কৰি মুশ্বৰিক অৱস্থাত মৃত্যুবৰণ কৰে। এওঁলোক যে মুশ্বৰিক তাক এওঁলোকে অনুভৱ কৰিবই নোৱাৰে, এওঁলোকৰ বাবে যে জান্নাত হাৰাম হৈছে, এওঁলোক যে চিৰকাল জাহান্নামত থাকিব লাগিব এই সম্পর্কে সচেতন নহয়। (আমি আল্লাহৰ ওচৰত পানাহ চাইছোঁ)
মহান আল্লাহে কৈছে¸
إِنَّ اللَّهَ لَا يَغْفِرُ أَنْ يُشْرَكَ بِهِ وَيَغْفِرُ مَا دُونَ ذَٰلِكَ لِمَنْ يَشَاءُ ۚ وَمَنْ يُشْرِكْ بِاللَّهِ فَقَدِ افْتَرَىٰ إِثْمًا عَظِيمًا
নিশ্চয় আল্লাহে তেওঁৰ লগত অংশী স্থাপন কৰাক ক্ষমা নকৰে। ইয়াৰ বাহিৰে অন্যান্য অপৰাধসমূহ যাক ইচ্ছা ক্ষমা কৰে আৰু যিয়ে আল্লাহৰ লগত আনক অংশী কৰে সি নিশ্চয় মহাপাপ ৰচনা কৰে। (ছুৰা আন নিছাঃ ৪৮)
আল্লাহে আমাক শ্বির্ক সম্পর্কে অধিক জ্ঞান অর্জন কৰাৰ আৰু শ্বির্কী কর্ম-কাণ্ডৰ পৰা নিজকে শত শত মাইল দূৰৈত থকাৰ তৌফিক দান কৰক।। আমীন।।