বহুত তথাকথিত অসমৰ ইণ্টাৰনেটৰ ফটো ডাউনলোডকাৰী নাস্তিকৰ মুখত হজৰত মহম্মদ(ছ:) আৰু আয়েছা(ৰাজি:)ৰ বিবাহ লৈ ককৰ্থনা কৰা দেখা যায় |
নিৰ্ভৰযোগ্য হাদিছৰ তথ্য অনুসৰি মহম্মদ(ছ:)য়ে ৬ বছৰ বয়সত নিকাহ কৰাইছিল আৰু ৯ বছৰ বয়সৰ পৰা একেলগত থকা আৰম্ভ কৰিছিল |যিকিনহওক আমি ইতিহাসলৈ উভতি সেই সময়ৰ সমাজ ব্যৱস্থাৰ ওপৰত মন কৰিম |
১৪০০ বছৰ আগৰ আৰু এতিয়াৰ মাজত বহুত পাৰ্থক্য আছে |তেতিয়া মানুহ ১৫০ বছৰোধিক জীয়াই আছিল আজিৰ মানুহ ১০০ বছৰ জীয়াই থকাটোৱে টান |সেইদৰে সামাজিক ,দৈহিক আদি সকলো আচৰণ-ব্যৱস্থা ১৪০০ বছৰ আগৰ আৰু আজিৰ মাজত আকাশ-পাতাল পাৰ্থক্য |১৪০০ বছৰ আগতে কম বয়সত বিবাহ পাশত আবদ্ধ হোৱাটো নিচেই সাধাৰণ ঘটনা আছিল|
ইতিহাস সাক্ষী যে ১৪০০ বছৰ আগত ইউৰোপ,এছিয়া,আফ্ৰিকা,আমেৰিকাত ছোৱালীৰ বিবাহ ৯-১৪ বছৰৰ ভিতৰত হোৱাটো নিচেই সাধাৰণ ঘটনা আছিল |উদাহৰণ স্বৰুপে চেইন্ট আগুষ্টিন ৩৫০ খ্ৰীষ্টাব্দত ১০ বছৰীয়া ছোৱালী এজনীক বিবাহ কৰাইছিল ;ৰজা ৰিছাৰ্ডে ১৪০০ খ্ৰীষ্টাব্দত ৭ বছৰীয়া ছোৱালী বিবাহ কৰাইছিল |কেথলিক এনচাইকোপিদিয়া অনুসৰি যিশু খ্ৰীষ্টৰ মাতৃৰ বিবাহ হোৱাৰ সময়ত বয়স আছিল ১২ বছৰ |ইয়াৰ উপৰিও সৌসিদিনা লৈ অৰ্থাৎ ১৮৮০ চনলৈ ইউনাইটেড ষ্টেটৰ ডেলেৱেৰ ষ্টেটত ছোৱালীৰ বিবাহ হোৱাৰ নিম্নতম বয়স আছিল ৭ বছৰ লগতে কালফৰ্নিয়াৰ নিম্নতম বয়স আছিল ১০ বছৰ|
প্ৰত্যেকক সমাজ আৰু সংস্কৃতিৰ কিছুমান নিয়ম থাকে |যদি আজিৰ ভাৰতীয় সমাজৰ নিয়ম মতে যদি এজন ব্যক্তিয়ে ১৮ বছৰ বয়সীয়া ছোৱালীহে বিয়া পাতিব পাৰে তাৰে মানে এইটো নহয় যে ১৪০০ বছৰ আগতেও সেই ১৮ বছৰ বয়সতহে বিয়া পতাৰ নিয়ম আছিল | ইউৰোপৰ জিপছিসকলে আজিও ১২ বছৰ বয়সত বিবাহ পাশত আবদ্ধ হয় আৰু এইয়া সিঁহতৰ সংস্কৃতি |ইয়াৰ বিষয়ে কোনেও মাত নামাতে কাৰণ তেঁওলোকৰ এইয়া সংস্কৃতি |
প্ৰশ্ন হয় আয়েছা(ৰাজি:) সেই সময়ত শিশু হৈ আছিল নিকি?প্ৰথমতে ইছলাম ধৰ্মৰ মূল গ্ৰন্থ কোৰআনৰ ৪ নং অধ্যায়ৰ ৬ নং শ্লোকত যৌৱনপ্ৰাপ্ত নোহোৱাকৈ বিবাহপাশত আবদ্ধ হোৱাটো কঠোৰভাৱে নিষেধ কৰা হৈছে |বিজ্ঞানৰ লেবেল ফালা নাস্তিককেইটাক কৈ থও যে বিজ্ঞানৰ মতে স্থান,সময় আৰু বাতাবৰণে যৌৱনপ্ৰাপ্তিৰ সময়ৰ ওপৰত প্ৰভাৱ পেলায় |বিজ্ঞানে কয় ছোৱালী যৌৱনপ্ৰাপ্ত হোৱাৰ বয়স গড়ে ৯-১৫ বছৰ |লগতে বিজ্ঞানে কয় এখন ঠাইৰ তাপমাত্ৰাই যৌৱনপ্ৰাপ্ত সময়ৰত ওপৰত আটাইতকৈ বেছি প্ৰভাৱ পেলায় |(উৎস :Women:An historical, gynecological and anthropological compendium,volume 1,page no 563)|
আমি জানো আৰৱৰ তাপমাত্ৰাৰ বিষয়ে আৰু এই কাৰণৰ বাবে তাৰ ছোৱালীও সোনকালে যৌৱনপ্ৰাপ্ত হৈছিল আৰু বিবাহ পাশত আবদ্ধ হৈছিল যিটো সেইসময়ৰ সমাজৰ বাবে এক সাধাৰণ কথা আছিল |
গতিকে অনাহকত ১৪০০ বছৰ আগৰ আৰৱৰ বৈবাহিক সমাজ ব্যৱস্থাৰ লগত বৰ্তমানৰ বৈবাহিক সমাজ ব্যৱস্থাৰ তুলনা কৰি তথাকথিত নাস্তিকসকলে অমুছলমানৰ মাজত বিভ্ৰান্তি নকৰিব বুলি আশা ৰাখিলো|