জুম্মাৰ দিনৰ বিশেষ কিছু আমল

🌹 জুমাৰ  দিনৰ  বিশেষ কিছু আমল 🌹

👋 আছ্ছালামু আলাইকুম ৱ ৰহমাতুল্লাহ্ 👋

1⃣। জুম’আৰ দিন গোছল  কৰা । যিসকলৰ ওপৰত    জুম’আ  ফৰজ  সেইসকলৰ কাৰণে  জুম’আৰ  দিনত  গোছল কৰাটো ৰাছুল  (ছা:)  ওয়াজিব  কৰিছে ।
📕 (বুখাৰী  ৮৭৭, ৮৭৮, ৮৮০, ৮৯৭,৮৯৮)

➡  পৰিচ্ছন্নতাৰ অংশহিচাপে সেইদিনা  নখ আৰু  চুলি কটা  এটি  ভাল কাম।

2⃣। জুম’আৰ  ছালাতৰ  কাৰণে সুগন্ধি  ব্যবহাৰ  কৰা ।

📔 (বুখাৰী  ৮৮০)

3⃣। মিছওয়াক  কৰা ।

📙 (ইবনে মাজাহঃ ১০৯৮,বুখাৰী ৮৮৭, ইঃফাঃ৮৪৩)

4⃣। শৰীৰত   তেল  ব্যবহাৰ কৰা ।

📓 (বুখাৰী ৮৮৩)

5⃣। উত্তম  পোচাক পিন্ধি    জুম’আ আদায়   কৰা ।

📘 (ইবনে মাজাহঃ১০৯৭)

6⃣।  মুছল্লীসকলে   ইমামৰ পিনে   মুখ  কৰি   বহা ।

📗 (তিৰমিযীঃ৫০৯, ইবনে মাজাহঃ১১৩৬)

7⃣। খোজকাঢ়ি মছজিদত যোৱা ।

📒 (আবু দাউদঃ ৩৪৫)

8⃣। জুম’আৰ   দিন আৰু  জুম’আৰ ৰাতি ত   বেছি বেছি  দুৰুদ পঢ়া ।

📕 (আবু দাউদঃ ১০৪৭)

9⃣। জুম’আৰ দিন  বেছি বেছি    দোয়া  কৰা ।

📗  (বুখাৰী  ৯৩৫)

🔟। মুছল্লীসকলক ঠেলা হেচা কৰি বা আতৰ কৰি      মছজিদৰ সন্মুখৰ ফালে আগুৱাই নোযোৱা ।

📘 (বুখাৰী :৯১০, ৮৮৩)

1⃣1⃣। খুৎবা   চলি থকা  সময়ত    মছজিদত  প্রবেশ কৰিলে    তেতিয়াও দুই ৰাকাত  ‘তাহিয়্যাতুল মাছজিদ’ ছালাত আদায়  নকৰাকৈ নবহা ।

📙  ( বুখাৰী : ৯৩০)

1⃣2⃣।  জুম’আৰ দিন ছূৰা   কাহফ  পঢ়া । এই ছূৰা  পঢ়াসকলৰ কাৰণে  আল্লাহ তা’লাই  দুই  জুম’ আৰ মধ্যবর্তী  সময়ক আলোকিত  কৰি   দিয়ে ।

📓 (হাকেমঃ ২/৩৬৮, বায়হাকীঃ ৩/২৪৯)

Leave a comment