তলৰ আয়াতসমূহ পঢ়ি চাওকঁ! আল্লাহ ছূবহানাহু তা’আলাই কুৰআন অর্থ বুজি পঢ়াৰ কাৰণে কেনেদৰে মানৱজাতিক বুজাই দিছে
🔻🔻🔻🔻🔻🔻🔻🔻🔻🔻🔻🔻🔻🔻
আল্লাহে কৈছে,
•🏿৷• •৷• আমি কুৰআনক সহজ কৰি দিছোঁ বুজাৰ কাৰণে। গতিকে, কোনো চিন্তাশীল আছে নেকি? (ছুৰা কামাৰ:১৭,২২,৩২,৪০)
•🏿৷• •৷• ইয়াতে উপদেশ আছে তাৰ কাৰণে, যাৰ অনুধাৱন কৰাৰ দৰে অন্তৰ আছে। অথবা সি নিবিষ্ট মনে শ্রৱণ কৰে। (ছুৰা ক্বাফ:৩৭)
•🏿৷• •৷• এইখন এখন বৰকতময় কিতাব, যাক আমি আপোনাৰ প্রতি বৰকত হিচাবে অৱতীর্ণ কৰিছোঁ, যাতে মানুহে ইয়াৰ আয়াতসমূহ লক্ষ্য কৰে আৰু বুদ্ধিমানসকলে যেন তাক অনুধাৱন কৰে। (ছুৰা ছোৱ়াদ:২৯)
•🏿৷• •৷• আমি এই কুৰআনত মানুহৰ কাৰণে সকলো দৃষ্টান্তই বর্ণনা কৰিছোঁ, যাতে সিহঁতে অনুধাৱন কৰে; (ছুৰা যুমাৰ:২৭)
•🏿৷• •৷• আমি এই কুৰআনত নানাভাৱে বুজাইছোঁ, যাতে সিহঁতে চিন্তা কৰে। অথচ ইয়াতে সিহঁতৰ কেৱল বিমুখতাই বৃদ্ধি পায়। (ছুৰা বনি-ইছৰাঈল:৪১)
•🏿৷• •৷• ৰমজান মাহেই হ’ল সেই মাহ, য’ত নাযিল কৰা হৈছে কুৰআন, যি মানুহৰ কাৰণে হিদায়াত আৰু সত্যপথ যাত্রীসকলৰ কাৰণে সুষ্পষ্ট পথ নির্দেশ আৰু ন্যায়-অন্যায়ৰ মাজত পার্থক্য বিধানকাৰী। (ছুৰা বাকাৰাহ:১৮৫)
•🏿৷• •৷• সিহঁতে কি কুৰআন সম্পর্কে গভীৰ চিন্তা নকৰে? নে সিহঁতৰ অন্তৰ তলাবদ্ধ? (ছুৰা মুহাম্মদ:২৪)
আনকি আল্লাহ ছূবহানাহু তা’আলাই পাহাৰৰ উপমা দিছে আমাক কুৰআন বুজি পঢ়াৰ কাৰণে আৰু তাক লৈ চিন্তা কৰাৰ কাৰণে।
আল্লাহে কৈছে,
•🏿৷• •৷• যদি আমি এই কুৰআন পাহাৰৰ ওপৰত অৱতীর্ণ কৰোঁ, তেতিয়া তুমি দেখিবা যে, পাহাৰ বিনীত হৈ আল্লাহ তা’আলাৰ ভয়ত বিদীর্ণ হৈ গৈছে। আমি এইবোৰ দৃষ্টান্ত মানুহৰ কাৰণে বর্ণনা কৰোঁ, যাতে সিহঁতে চিন্তা-ভাৱনা কৰে। (ছুৰা হাশ্বৰ:২১)
সেয়ে আহক! কুৰআন পঢ়োঁ, বুজোঁ আৰু অনুসৰণ কৰোঁ। নিজে জানক আৰু শ্বেয়াৰ কৰি আনক জনাৰ সুযোগ দিয়ক।