?? দলীল ভিত্তিক নে মেজিক ??
এই ফজিলত পূৰ্ণ মাহে ৰমজানৰ এক অন্যত্বম ভাল লগা বিষয় হৈছে আওৱাল ৱক্তত জামাতৰ সৈতে আমাৰ স্হানীয় মছজিদ সমূহত ফজৰৰ চালাত আদায় কৰিবলৈ সুবিধা পোৱা !! আলহামদুলিল্লাহ !!
কিন্তু যি মূহুৰ্ততেই মাহে ৰমজান আমাৰ পৰা আঁতৰি যায়, ঠিক তাৰ পৰৱৰ্তী দিনৰ পৰাই মছজিদ সমূহত ফজৰৰ চালাতৰ ৱক্ত ৰহস্যজনক ভাবে আওৱালৰ পৰা আখেৰী ৱক্তলৈ সলনি হৈ যায় ! অথচ চাহাবা সকলে আল্লাহৰ ৰাছূল চল্লাল্লাহু আলাইহি অছাল্লামক আল্লাহে আটাইতকৈ কি ভাল পাই বুলি প্ৰশ্ন কৰাত একাদিক্ৰমে তেখেতে দিয়া তিনিটা উত্তৰ আছিল – আওৱাল ৱক্তত চালাত আদায় কৰা , পিতৃ-মাতৃক শুশ্ৰুষা কৰা আৰু দ্বীন ইছলামৰ বাবে জেহাদ কৰা ! কিন্তু আল্লাহে ভাল পোৱা প্ৰথমটো কৰ্ম আজিৰ গৰিষ্ঠ সংখ্যক ইছলামীয় সমাজে একেবাৰেই গুৰুত্ব দিয়া দেখা নাযায় !! তাৰেই প্ৰমাণ স্বৰূপে ফজৰৰ চালাতৰ ক্ষেত্ৰত কেৱল ৰমজান মাহতহে এই কথাক গুৰুত্ব দি বাকী এঘাৰ মাহ সদায়েই ইয়াৰ বিপৰীত কৰি থকা হৈছে !!
সেয়েহে আমি ভাবিবলৈ বাধ্য হওঁ যে হঠাৎ এনেদৰে ফজৰৰ চালাতৰ সময় একেদিনাই প্ৰায় এঘন্টা পিছোৱাই যোৱাটো প্ৰকৃততে গ্ৰহণযোগ্য দলীল ভিত্তিক নে কোনো আলৌকিক মেজিক ?????

— Muktabul hussain