💢💢 প্ৰশ্নঃ কোনো মুছলিমে যদি “সকলো ধৰ্ম সমান” কথাত বিশ্বাসী হয়, তেন্তে সি আৰু মুছলিম হৈ থাকিব নে ⁉⁉
উত্তৰঃ নাথাকে। কাৰণ এনে অৱস্থাত কোৰআনক অস্বীকাৰ কৰা বুজাব। কোৰআনে কৈছে, “নিশ্চয় ইছলাম আল্লাহ তায়ালাৰ ওচৰত (একমাত্ৰ মনোনীত) ধর্ম । [আলে ইমৰান : ১৯]
“যদি কোনোবাই ইছলামৰ বাহিৰে আন ধৰ্মৰ অন্বেষণ কৰে, তাৰ ফালৰ পৰা সেয়া কেতিয়াও গ্ৰহণ কৰা নহব। আৰু সি হব পৰলোকত ক্ষতিগ্রস্ত সকলৰ দলভুক্ত। [ আলে ইমৰান : ৮৫]