জ্ঞান_গোপনকাৰী_আলিম_জাহান্নামী

#জ্ঞান_গোপনকাৰী_আলিম_জাহান্নামী________

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে অহী মাৰফত জানিছিল যে, এদল আলিমৰ জন্ম হ’ব যিসকলে দ্বীনৰ ক্ষেত্ৰত যথেষ্ট জ্ঞান অর্জন কৰিব¸ কিন্তু সেই জ্ঞানক দুনিয়াবী স্বার্থত ব্যৱহাৰ কৰিব, জানি-শুনি ইলম গোপন কৰিব, যালিম-কুফফাৰ শাসকসকলৰ বিৰুদ্ধে কথা নক’ব। সেয়ে তেওঁ আমাক এইসকল দুনিয়ালোভী আলিমৰ ক্ষেত্ৰত সতর্ক কৰি গৈছে।

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে- “তিনি শ্রেণীৰ মানুহক সর্বপ্রথমে জাহান্নামত নিক্ষেপ কৰা হ’ব। তাৰ ভিতৰত প্রথম শ্রেণীটো হ’লঃ এদল জ্ঞানী আলিম যিসকলে দুনিয়াবী স্বার্থত ইলম গোপন কৰিছিল আৰু যালিম শাসকৰ বিৰুদ্ধে কথা কোৱা নাছিল।” (সংক্ষিপ্ত)। ***জামে আত তিৰমিযী ( ২৬৪৯)।

Leave a comment