লা-মাযহাবী কাক কয় ??

%লা-মাযহাবী কাক কয় ???%
➖➖➖➖➖➖➖➖➖➖➖➖➖➖
▶ ধর্ম ব্যৱসায়ী ভণ্ডপীৰসকলৰ গাঁজাখুৰী কাহিনীৰ গোপন ৰহস্যৰ পৰা সাৱধান! ➖➖➖➖➖➖➖➖➖➖➖➖➖➖
চাওঁক! তলৰ এই সন্মানিত ব্যক্তিসকলে কোন কোন মাযহাব মানিছিল ????
==============
(1) লা-মাযহাবীৰ দ্বাৰা তথাকথিত প্ৰচলিত  মাজহাবৰ অনুসৰণকাৰী সকলে কি কব বিচাৰে ???
==============

যদি হানাফি , শ্বাফি , মালেকী আৰু হাম্বলীয়েই মাযহাব হয় তেন্তে ,,
(2) সর্বপ্রথম লা-মাযহাবী হ’ল মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লাম!
=====================
(3) লা মাযহাবীৰ দ্বাৰা আপুনি কি বুজাব বিচাৰিছে ? লা মাযহাবী মানে যদি কোনো মাযহাবৰ অনুসৰণ নকৰাক বুজোৱা হয়¸ তেনেহ’লে সর্বপ্রথম লা-মাযহাবী ব্যক্তি হ’ল মুহাম্মাদ ৰাছুলুল্লাহ ﷺ ।

(4) তেনেকৈ – আবু বকৰ (ৰাঃ) আছিল লা-মাযহাবী!

(5) ’উমাৰ (ৰাঃ) লা-মাযহাবী!

(6) উছমান (ৰাঃ) লা-মাযহাবী!

(7) ‘আলী (ৰাঃ) লা-মাযহাবী!

(8) একেদৰে ইমাম আবু হানিফা (ৰহ.)। তেওঁ কোন মাযহাব মানিছিল ? তেওঁৰ তো কোনো মাযহাব নাছিল ?

গতিকে ইমাম আবু হানিফা (ৰহ.) তেৱোঁ লা-মাযহাবী!

(9) ইমাম শ্বাফেঈ (ৰহ.) লা- মাযহাবী!

(10) ইমাম মালিক (ৰহ.) লা-মাযহাবী!

(11) ইমাম আহমাদ ইবনে হাম্বল (ৰহ.) লা- মাযহাবী!

{বিঃদ্রঃ ওপৰত উল্লেখিত সন্মানিত ব্যক্তিসকলৰ কোনেও মাযহাব মানা নাছিল}

“লা-মাযহাবী” কোন ?? “লা-মাযহাবী” কোন ?? “লা-মাযহাবী” কোন??

ইমাম আবু হানিফা (ৰহঃ) এক নং “””লা-মাযহাবী””” আছিল।

মাযহাবীসকলৰ ওচৰত আমাৰ কিছু প্ৰশ্নঃ-

(১) আবু হানীফা (ৰহঃ)য়ে হানাফী মাযহাব তৈয়াৰ কৰিছিল নেকি?

(২) আবু হানীফা (ৰহঃ)য়ে সকলো বিষয়ে সমাধান দি গৈছে নেকি?
যদি দি গৈছে তেনেহ’লে পৰৱর্তী কালত নতুন সমস্যাই দেখা দিয়ে কিয় ???

(৩) আবু হানিফা (ৰহঃ)ৰ জন্মৰ আগৰ দিনা যিবোৰ মানুহৰ মৃত্যু হৈছে তেওঁলোকে কোন মাযহাব মানিছিল ? তেওঁলোক সকলোৱেই “লা-মাযহাবী” আছিল ??
(৪) আবু হানিফা (ৰহঃ) যেতিয়া শিশু আছিল তেতিয়া গোটেই দুনিয়াৰ মুছলিমসকলে কোন মাযহাব মানিছিল ? “লা-মাযহাব” কি??

(৫) আনহাতে আবু হানিফা তো জন্মৰ পৰাই মুজতাহিদ নাছিল। মুজতাহিদ হ’বলৈ তেওঁৰ কমেও ২৫/৩০ বছৰ বয়সৰ প্ৰয়োজন হৈছে। তেনেহ’লে আবু হানিফাৰ বয়স ২৫/৩০ বছৰ হোৱাৰ আগতে গোটেই বিশ্বৰ মুছলিমসকলে কোন মাযহাব মানিছিল ? “লা-মাযহাবী” কি?? দলিল সহ জানিব বিচাৰোঁ।

(আন এটি কথাঃ আমি যেতিয়া কুৰআন আৰু ছহীহ হাদীছৰ কথা কওঁ তেতিয়া মাযহাবীসকলে আন্দাজতে আবোল-তাবোল কৈ থাকে)

ওপৰোক্ত প্রশ্নসমূহৰ উত্তৰ বিচাৰিছোঁ মাযহাবীসকলৰ পৰা। দলিলসহ উত্তৰ দিব পাৰিবনে?

Leave a comment