মানুহৰ ওপৰত যি বিপদ-আপদ নামি আহে সেয়া মানুহৰ কৃতকৰ্মৰ ফলত হয় । আল্লাহই কোৰআনত কৈছে ,

মানুহৰ ওপৰত যি বিপদ-আপদ নামি আহে সেয়া মানুহৰ কৃতকৰ্মৰ ফলত হয় । আল্লাহই কোৰআনত কৈছে ,

“আৰু তোমালোকৰ প্ৰতি যি বিপদ-আপদ আপতিত হয় সেয়া তোমালোকৰেই কৃতকৰ্মৰ পৰিণাম আৰু বহুতো অপৰাধ তেওঁ ক্ষমা কৰি দিয়ে।”(ছুৰাঃ আশ্ব-শ্বুৰাঃ ৩০)

“মানুহৰেই কৃতকৰ্মৰ ফলত স্থলত আৰু সাগৰত বিপৰ্যয়ে দেখা দিছে; ফলত তেওঁ সিহঁতক সিহঁতৰে কিছুমান কামৰ শাস্তি আস্বাদন কৰায়, যাতে সিহঁতে উভতি আহে।”(ছুৰাঃ আৰ-ৰুমঃ ৪১)

Tahera Begum

Leave a comment