#ইছমাইল (আঃ)ক ছুৰীয়ে কাটিব নোৱাৰিলে।
#মুছা (আঃ)ক সাগৰে ডুবাব নোৱাৰিলে।
#ইউনুচ (আঃ)ক মাছে হজম কৰিব নোৱাৰিলে।
এতেকে সকলো সময়তে আল্লাহৰ ওপৰত ভৰসা ৰাখক। আল্লাহে আপোনাক সহায় কৰিব।
اللَّهُ وَلِيُّ الَّذِينَ آمَنُوا يُخْرِجُهُمْ مِنَ الظُّلُمَاتِ إِلَى النُّورِ ۖ وَالَّذِينَ كَفَرُوا أَوْلِيَاؤُهُمُ الطَّاغُوتُ يُخْرِجُونَهُمْ مِنَ النُّورِ إِلَى الظُّلُمَاتِ ۗ أُولَٰئِكَ أَصْحَابُ النَّارِ ۖ هُمْ فِيهَا خَالِدُونَ
যিসকলে ঈমান আনিছে আল্লাহেই তেওঁলোকৰ অভিভাৱক, তেওঁ তেওঁলোকক অন্ধকাৰৰ পৰা উলিয়াই পোহৰৰ ফালে লৈ যায়; আৰু যিসকলে কুফুৰী কৰিছে তাগুত সিহঁতৰ অভিভাৱক, ইহঁতে সিহঁতক পোহৰৰ পৰা অন্ধকাৰৰ পিনে লৈ যায়। সিহঁতেই জাহান্নামী, তাত সিহঁতে চিৰকাল অৱস্থান কৰিব। (ছুৰা বাক্কাৰাহ ২৫৭)
#আমি_দিনটোত_কিমানবাৰ_যে_পঢ়োঁ-!!!!!!!
إِيَّاكَ نَعْبُدُ وَإِيَّاكَ نَسْتَعِينُ
“আমি কেৱল তোমাৰেই ইবাদত কৰোঁ, আৰু তোমাৰ ওচৰতেই সাহায্য প্ৰাৰ্থনা কৰোঁ”
তাৰ পিছতো আমি পীৰৰ ওচৰত শৰণাপন্ন হওঁ। স্ৰষ্টাক পাহৰি আমি সৃষ্টিক পূজা কৰি আছোঁ।
#হায়ৰে_জীৱশ্ৰেষ্ঠ_মানৱ!!!