ৰাছুলুল্লাহ চাল্লাল্লাহ আলাইহি ৱাছাল্লামে কৈছে, কিয়ামতলৈকে মোৰ উম্মাতৰ এটা দল হকৰ ওপৰত প্ৰতিস্থিত থাকিব আৰু সাহায্যপ্ৰাপ্ত হ’ব। বিৰোধীসকলে তেওঁলোকৰ কোনো ক্ষতি কৰিব নোৱাৰিব। ছহীহ মুছলিম: ৫০৫৯

🔴🔵ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে,🔵🔴

ৰাছুলুল্লাহ চাল্লাল্লাহ আলাইহি ৱাছাল্লামে কৈছে, কিয়ামতলৈকে মোৰ উম্মাতৰ এটা দল হকৰ ওপৰত প্ৰতিস্থিত থাকিব আৰু সাহায্যপ্ৰাপ্ত হ’ব। বিৰোধীসকলে তেওঁলোকৰ কোনো ক্ষতি কৰিব নোৱাৰিব। ছহীহ মুছলিম: ৫০৫৯

👉🏿👉🏿মোৰ উম্মতৰ এটি দল সদায় হক্কৰ ওপৰত যুঁজি থাকিব। তেওঁলোকে তেওঁলোকৰ শত্রুসকলৰ ওপৰত বিজয়ী থাকিব। তেওঁলোকৰ শেষ দলটি দাজ্জালৰ বিৰুদ্ধে যুদ্ধ কৰিব। (আবুদাঊদ হা/২৪৮৪,মিশকাত হা/৩৮১৯ জিহাদ অধ্যায়)।

এই হাদীছৰ ব্যাখ্যাত সকলো মুহাদ্দিছ একমত যে,সেই দলটোৱেই হ’ল ♦আহলেহাদীছ♦

যিসকল বিদআতীসকলৰ বিপৰীত। ছাহাবায়ে কিৰাম আহলুল হাদীছ নামে পৰিচিত আছিল।

সেইটো তলৰ হাদীছৰ পৰা জনা যায়।

✔আবু চাঈদ খুদৰী ৰাদ্বিয়াল্লাহু আনহুৱে মুছলিম যুৱকসকলক মাৰহাবা জনাই কৈছিল, তোমালোকেই আমাৰ পৰৱর্তী বংশধৰ আৰু আহলুল হাদীছ (চিলচিলা ছহীহাহ হা/২৮০)।

এই হাদীছৰ ব্যাখ্যাত খ্যাতনামা তাবেঈ ইমাম শ্বা’বী ছাহাবায়ে কিৰামৰ জামাতক আহলুল হাদীছ বুলি কৈছে। (যাহাবী, তাযকিৰাতুল হুফফায ১/৮৩ পৃঃ)।।

আৰু বহুতো মুহাদ্দিছে আহলেহাদীছকেই মুক্তিপ্রাপ্ত দল বুলি কৈছে। আন কোনো দলকে মুক্তিপ্রাপ্ত দল বোলা নাই।।
〰〰〰〰〰〰〰〰〰〰〰

Leave a comment