কিন্তু যেতিয়া জাকিৰ নায়কে ক’লে “মাজহাব মানা ফৰজ নহয়” তেতিয়া আপুনি তেওঁক ইহুদিৰ দালাল বুলি ক’লে। আশ্চর্য্য আপোনাৰ বিবেক বুদ্ধি!!! ইমাম চাহেব, আপুনি দছ বছৰ ইমামতি কৰিও এজন মুছলিমক নামাযী বনাব নোৱাৰিলে আৰু ডাঃ জাকিৰ নায়কৰ দহ মিনিটৰ বক্তব্য শুনি শ শ অমুছলিম মুছলিম হৈছে। আৰু আপুনি কৈছে তেওঁ ইহুদিৰ দালাল। যিসকলে ড:জাকিৰ নায়কক ইহুদিৰ দালাল বুলি কয়, তেওঁলোকলৈ প্ৰশ্ন….
১. কোন ইহুদিৰ দালাল পৰস্পৰ কোৰআন হাদিচৰ পৰা উদ্ধৃতি দিয়ে?
২. কোন ইহুদিৰ দালাল প্রকাশত লাখ লাখ মানুহৰ ওচৰত প্রশ্নৰ উত্তৰ দিয়ে?
৩. কোন ইহুদিৰ দালালৰ কথা শুনি হাজাৰ অমুছলিম মুছলমান হয়?
৪. কোন ইহুদিৰ দালাল খ্ৰীষ্টান পাদ্রীৰ সৈতে বিতর্ক কৰি কোৰআনৰ বৈজ্ঞানিক সত্যতা প্রমান কৰে?
৫. কোন ইহুদিৰ দালাল শ্রী শ্রী ৰবি শংকৰৰ নিচিনা হিন্দু পন্ডিতৰ সৈতে বিতর্ক কৰি ইছলামৰ সত্যতা প্রচাৰ কৰে?
৬. কোন ইহুদিৰ দালাল জৈনগুৰু ৰাশমিভায় জাভেৰিৰ সৈতে বিতর্ক কৰি বিজয় অর্জন কৰে?
৭. কোন ইহুদিৰ দালালক বিশ্বৰ একাধিক মুছলিম ৰাষ্ট্র আৰু চৌদি চৰকাৰ কিং ফয়চাল এৱাৰ্ড দিছে?
৮. কোন ইহুদিৰ দালালৰ সৈতে মক্কা মদিনাৰ গ্রেন্ড মুফতিবোৰে উঠা বহা কৰে?
৯. কোন ইহুদিৰ দালাল দিনত ১৬-১৭ ঘন্টা পঢ়াশুনা কৰি ইছলাম প্রচাৰ কৰে?
১০. কোন ইহুদিৰ দালালক ইছলাম প্রচাৰৰ কাৰণে ব্রিটেইনৰ ভিচা বন্ধ কৰি দিয়ে?
১১. কোন ইহুদিৰ দালালৰ কাৰণে আল্লামা সাইদিয়ে দোৱা কৰে?