✍ ✍ 🏻 … ঐ ছোৱালী! শুনা তোমাক কৈছোঁ,
তুমি সলনি হোৱা, পৰিৱর্তন তুমি হ’বই লাগিব। নহ’লে তুমি জাহান্নামত যাবা।
সেইকাৰণেই তোমাক কৈছোঁ তোমাৰ এই বডি স্প্রে হাৰাম, তুমি যি চেন্ট ব্যৱহাৰ কৰা সিও হাৰাম।
তুমি স্কুল ও কলেজত যোৱাৰ সময়ত আৰু বিবাহত যোৱাৰ সময়ত যি বডি স্প্রে ও চেন্ট ব্যৱহাৰ কৰা সি হাৰাম।
এই হাৰাম গাৰ দ্বাৰা যদি তুমি নামাজ পঢ়া, তোমাৰ নামাজ কবুল নহ’ব।
এই হাৰাম গাৰ দ্বাৰা যদি তুমি চিয়াম পালন কৰা, তোমাৰ চিয়াম কবুল নহ’ব।
এই হাৰাম গাৰ দ্বাৰা যদি তুমি তাহাজ্জুদ পঢ়া, তোমাৰ তাহাজ্জুদ কবুল নহ’ব।
তোমাক আৰু এটা হাদিছ শুনাওঁ,
য’ত তুমি জিনা নকৰিয়েই জিনাকাৰী।
তুমি শুনা – ৰাছূলুল্লাহ (ছাঃ)য়ে কৈছে:
কোনো নাৰীয়ে যদি সুগন্ধি ব্যৱহাৰ কৰি, কোনো সম্প্রদায়ৰ ওচৰেদি এইকাৰণে অতিক্রম কৰে যে, তেওঁলোকে তাইৰ ওচৰৰ পৰা সুঘ্রাণ লাভ কৰিব, তেনেহ’লে তাই ব্যভিচাৰিণী।
অথচ তুমি জিনা কৰা নাই। তাৰ পিছতো তুমি জিনাকাৰিণী।
আবু দাউদ -৪/৭৯। তিৰমিযি-৫/১০৬। নাছাঈ-৮/১৫৩।
ঐ ছোৱালী! শুনা তুমি ৰাগান্বিত হৈ মোক গালি নিদিবা, এইবোৰ মই কোৱা নাই,
এইবোৰ কৈছে মোহাম্মদ (ছাঃ)য়ে।
তেওঁ হ’ল আদেশদাতা, আমি হ’লো অনুবাদক
তেওঁ হ’ল আদেশদাতা, আমি হ’লো অনুবাদক
সেইকাৰণে তোমাক কওঁ তুমি হাৰাম পণ্য পৰিহাৰ কৰা। জান্নাতমুখী জীৱন গঢ়া।
আল্লাহে তোমাক কবুল কৰক।
কোনো নাৰীয়ে যদি সুগন্ধি ব্যৱহাৰ কৰি, কোনো সম্প্রদায়ৰ ওচৰেদি এইকাৰণে অতিক্রম কৰে যে, তেওঁলোকে তাইৰ ওচৰৰ পৰা সুঘ্রাণ লাভ কৰিব, তেনেহ’লে তাই ব্যভিচাৰিণী।
শ্বেখ আব্দুৰ ৰাজ্জাক বিন ইউচুফ চাহাবৰ বক্তৃতাৰ পৰা ……….