💢 প্ৰশ্ন : আপোনাৰ ৰব কোন ⁉
ৰব অৰ্থ কি ⁉
ৰব অৰ্থ কি ⁉
উত্তৰ : মোৰ ৰব আল্লাহ ।
ৰব শব্দৰ অৰ্থ :-
ৰব ৰ দ্বাৰা উদ্দেশ্য, মালিক, সৃষ্টিকর্তা, ৰিযিক্বদাতা, নিয়ন্ত্রণকাৰী আকৃতিদানকাৰী ও প্রতিপালনকাৰী । তাৰ অনুমতি অবিহনে একোৱেই নহয় আৰু তাৰ অনুমতি ও ইচ্ছা অবিহনে একোৱেই অলপো লৰচৰ নকৰে ।