আল্লাহৰ নাম নহয় এনে কোনো নামৰ লগত ‘গোলাম’ বা ‘আব্দ’ (বান্দা/দাস) শব্দটো সম্বন্ধ কৰি নাম ৰখা হাৰাম।

# আল্লাহৰ  নাম নহয় এনে  কোনো  নামৰ লগত  ‘গোলাম’ বা ‘আব্দ’ (বান্দা/দাস) শব্দটো  সম্বন্ধ কৰি  নাম ৰখা  হাৰাম।যেেনঃ-
•আব্দুল ওজ্জা—ওজ্জাৰ  উপাসক/দাস
•আব্দুল শ্বামচ —সূর্য্যৰ  উপাসক/দাস
•আব্দুল কামাৰ —চন্দ্রৰ  উপাসক/দাস
•আব্দুল মোত্তালিব—মোত্তালিবৰ  দাস
•আব্দুল কালাম—কথাৰ  দাস
•আব্দুল কাবা—কাবাগৃহৰ  দাস
•আব্দুন নবী(ছা:) —নবী(ছা:)ৰ  দাস
•গোলাম ৰছুল (ছা:) — ৰছুল(ছা:)ৰ  দাস
•গোলাম নবী(ছা:)—নবী(ছা:)ৰ  দাস
•আব্দুল আলী—আলীৰ  দাস
•গোলাম মুহাম্মদ(ছা:)—মুহাম্মদ(ছা:)ৰ  দাস
(ইত্যাদি)।
# ইয়াৰোপৰি আৰু  অসংখ্য এই জাতীয় নাম আছে ; যিবিলাক ৰখা ইসলামৰ  দৃষ্টিত হাৰাম।
গতিকে ,আমালোকে  নাম নির্বাচনৰ  ক্ষেত্রত  সর্তকতা অবলম্বন কৰিব লাগিব  ।
<>=============<>

Leave a comment