প্রশ্ন (১৩৭৭): শিক্ষক শ্রেণীকক্ষত প্রৱেশ কৰিলে শিক্ষার্থীসকলৰ বাবে থিয়হৈ ছালাম দিয়া চৰীয়ত সম্মত হবনে?
——————–
উত্তৰ : এইভাৱে ছালাম দিয়া চৰীয়ত সম্মত নহয়।
বৰং শিক্ষক শ্রেণী কক্ষত প্রৱেশ কৰি শিক্ষার্থী সকলৰ উদ্দেশ্যে ছালাম দিব।
(বুখাৰী হা/৬২৩১; মিচকাত হা/৪৬৩৩)
আৰু সিহঁতে উত্তৰ দিব।
–
ৰাছুলুল্লাহ (ছাঃ) এৰশাদ কৰে,
‘যদি কোনোবাই ইয়াত আনন্দবোধ কৰে যে, লোকসকলে তেওঁক দেখি স্থিৰ ভাৱে থিয়হৈ থাকক, তেনেহ’লে তেওঁ জাহান্নামত তেওঁৰ ঠিকনা বনাই ললে।
(তিৰমিযী হা/২৭৫৫; মিচকাত হা/৪৬৯৯)
–
অন্য বর্ণনাত আহিছে ,
‘ছাহাবী সকলৰ ওচৰত ৰাছুলুল্লাহ (ছাঃ)- তকৈ অধিক প্রিয় ব্যক্তি আৰু কোনো নাছিল ।
কিন্তু তথাপিও তেওঁলোকৰ অৱস্থা এনে আছিল যে, যেতিয়া ৰাছুলুল্লাহ (ছাঃ)-ক আগমন কৰা দেখিছিল , তেতিয়া কোনেও তেওঁৰ সম্মানার্থে থিয় হোৱা নাছিল ।
কিয়নো তেওঁলোকে জানিছিল যে, ৰাছুল (ছাঃ) এইটো পছন্দ নকৰে ’।
(তিৰমিযী হা/২৭৫৪; ছহীহাহ হা/৩৫৮; মিচকাত হা/৪৬৯৮)
————————————————–
দাৰুল ইফতা
হাদীছ ফাউন্ডেচন বাংলাদেশ
মাহেকীয়া আত-তাহৰীক প্রশ্নোওৰ

অনুবাদ :- ✍.. তাহেৰা বেগম