জোনাব! আপুনি ভালকৈ শুনক-
আপোনাৰ স্ত্রীয়ে যে সৰু ব্লাউজ পিন্ধে; তাতে হাত আৰু পেট দেখা যায়, সেইখিনি কোনে উপভোগ কৰিব? গাওঁবাসীয়ে নে আপোনাৰ ভাই-ককাইসকলে? আপুনি সেইখিনিৰ কাৰণে মোহৰ দিয়া নাই নেকি? আপোনালোকে ধৰ্ম বুজি নাপায় নেকি? মনত ৰাখিব আপোনালোকে তাহাজ্জুদ পঢ়িও জান্নাত নাপাব, হজ্জ কৰিও জান্নাত নাপাব। আপুনি পাহৰিছে নেকি! মুহাম্মদ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে ১৪৫০ বছৰ আগত কি কৈ গৈছে?
নবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে, সেই শ্রেণীৰ নাৰী জাহান্নামী, যিসকলে পোচাক পৰিধান কৰিব কিন্তু উলঙ্গ থাকিব, সিহঁত নিজেও অন্যৰ (পুৰুষ) প্রতি আকৃষ্ট আৰু সিহঁতে আনকো সিহঁতৰ প্রতি আকৃষ্ট কৰিব, সিহঁতে জান্নাতত প্রৱেশ নকৰে। জান্নাতৰ সুগন্ধিও নাপায। অথচ জান্নাতৰ সুগন্ধি বহুত দূৰৱর্তী স্থানৰ পৰাও পোৱা যাব। (ছহীহ মুছলিম: ২১২৮)
এতিয়া কওঁক আপোনাৰ স্ত্ৰী আৰু ছোৱালী উলংগ হয় নে নহয়? জান্নাত কি ৰাষ্টাত পৰি আছে নেকি যে উলংগ থাকিও জান্নাত কিনি লব পাৰিব? জান্নাত বহুত নিয়ম-নীতিৰ দ্বাৰা আৱৰি আছে। জাহান্নাম আৱৰি আছে মনৰ ইচ্ছাৰ দ্বাৰা। গতিকে আপুনি তাৰেই উপযুক্ত। আপোনাৰ ছোৱালী ওলঙ্গ হৈ স্কুল-কলেজ আৰু টিউচনত যায়। আপোনাৰ লাজ নালাগে নেকি? লাজ বিক্ৰী কৰি দিছে নেকি? এতিয়াও আপোনাৰ ছোৱালী বজাৰত উলঙ্গ হৈ ঘূৰি আছে। যদি কোনো মহিলাই সাজ-সজ্জা কৰি, ওঁঠত লিপষ্টিক লগাই, মুখত ক্ৰিম পাউডাৰ লগাই অন্য পুৰুষক আকৃষ্ট কৰে, তেনেহ’লে তাই ব্যভিচাৰিণী। সেই মহিলা জাহান্নামী। এনে মহিলাৰ লাজ লগা উচিত। আপোনাৰ স্ত্ৰী আৰু ছোৱালীয়ে পুৰুষক জাহান্নামৰ ফালে ঠেলি দি জান্নাত কিনিব বিচাৰিছে নেকি? নিশ্চয় আপোনালোকৰ বিদ্যাৰ অভাৱ আছে। আকৌ নতুনকৈ বিদ্যা অৰ্জন কৰক।
জোনাব শুনক! আপোনাৰ সম্পৰ্কেই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে, তিনি শ্ৰেণীৰ মানুহ কেতিয়াও জান্নাতত নাযায়, তাৰে এজন হ’ল দাইউচ ব্যক্তি, যিটো আপুনি নিজেই। সেই ব্যক্তি দাইউচ যিয়ে তাৰ পৰিয়ালত নিৰ্লজ্জতাৰ সুযোগ দিয়ে। [মুছনাদে আহমাদ: ২/৬৯]
আপোনাৰ পৰিয়ালৰ সদস্যৰ মাজত বেপর্দা, বেহায়াপনা প্ৰথা আছে কিন্তু আপুনি বাধা প্রদান কৰা নাই। পৰিয়ালৰ মুৰব্বী হিচাবে বেপর্দা-বেহায়াপনা বন্ধ নকৰাৰ কাৰণে আপুনি জাহান্নাত যাবই। আপুনি যিমান ইবাদতকাৰীয়েই নহওঁক কিয়, তাহাজ্জুদ পঢ়িলেও নহ’ব, হজ্জ কৰিলেও নহ’ব। যাৰ স্ত্ৰী আৰু ছোৱালী নগ্ন কাপোৰ পিন্ধি ঘূৰি ফুৰে তেওঁ জান্নাত নাপায়। যি মহিলাই ফেচবুকত নিজৰ ছবি দিয়ে তেওঁ জান্নাত নাপায়।
শুনা যুৱক ভাই! তোমাৰ দেউতাক কৈ দিয়া, যিহেতু তেখেত পৰিয়াল নিয়ন্ত্রণ কৰাত অসমৰ্থ, গতিকে তেওঁ কাপুৰুষ। তেখেতে বিয়া কৰোৱাটো ঠিক হোৱা নাই।
অনুবাদ:
S. Siddiqe