প্রশ্নঃ হাদীছ মানে কি?
উত্তৰঃ নবী ﷺ ৰ কথা, কাম আৰু সমর্থনক হাদীছ বুলি কোৱা হয়।

প্রশ্নঃ হাদীছ কেই প্রকাৰ আৰু কি কি?
উত্তৰঃ হাদীছ দু’প্রকাৰ– মাকবূল (গ্রহণযোগ্য) হাদীছ আৰু (মাৰদুদ) অগ্রহণযোগ্য হাদীছ।

প্রশ্নঃ মাকবূল বা গ্রহণযোগ্য হাদীছ কেই প্রকাৰ আৰু কি কি?
উত্তৰঃ মাকবূল হাদীছ দু’প্রকাৰ– ছহীহ হাদীছ আৰু হাচান হাদীছ।

প্রশ্নঃ মাৰদুদ বা অগ্রহণযোগ্য হাদীছ কেই প্রকাৰ আৰু কি কি?
উত্তৰঃ মাৰদুদ হাদীছ দু’প্রকাৰ- যঈফ হাদীছ(দুর্বল) আৰু জাল হাদীছ(বানোৱা)।