নাৰীৰ বাহিৰত ওলোৱাৰ ক্ষেত্রত চৰীয়তৰ বিধান কি?
————————————
☞ৰাছুলুল্লাহ্ (ছাল্লাল্লাহু আলাইহি ওয়াছাল্লাম) কৈছেঃ
নাৰী গোপন বস্তু। (তিৰমিজী) অর্থাৎ তাক ঢাকি ৰাখিব লাগে।
ৰাছুলুল্লাহ (ছাঃ) কৈছে –
‘মহিলা মানুহৰ সকলো লজ্জাস্থান (গোপনীয়)। আৰু তেওঁ যেতিয়া বাহিৰত ওলায় , তেতিয়া চয়তান তেওঁক পুৰুষৰ দৃষ্টিত সুশোভন কৰি তোলে।’ (তিৰমিজী, মিচকাত ৩১০৯ নং)
আবু হুৰায়ৰা (ৰাঃ) ৰ বর্ণিত, ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কৈছে- দুই শ্রেণীৰ জাহান্নামীক এতিয়াও মই দেখা নাই। (কাৰণ তেওঁলোক এতিয়া নাই, ভৱিষ্যতত আত্মপ্রকাশ কৰিব) এক শ্রেণী হৈছে সেই সকল মানুহ, যিসকলৰ হাতত ষাঁড়ৰ নেজৰ নিচিনা চাবুক থাকিব, যি দি তেওঁলোকে মানুহক প্রহাৰ কৰিব।
আৰু দ্বিতীয় শ্রেণী হৈছে – সেই সকল নাৰী, যি সকল হব পোছাক পৰিহিতা কিন্তু তাৰপিছতো তেওঁলোক থাকিব নগ্ন, তেওঁলোক পৰ- পুৰুষক আকৃষ্ট কৰিব আৰু নিজেও আকৃষ্ট হব; তেওঁলোকৰ মাথা(মূৰ) হব উটৰ হেলান দিয়া কুঁজৰ নিচিনা। তেওঁলোক জান্নাতত প্রৱেশ কৰিব নোৱাৰিব আৰু জান্নাতৰ সু-ঘ্রাণও নাপাব অথচ জান্নাতৰ সু-ঘ্রাণ তো বহুত দূৰৰ পৰাই পোৱা যাব।
(মুছলিম ২/২০৫, হাদীচ: ২১২৮)
আমাৰ মা, ভনী সকলৰ মন মানসিকতা এতিয়া এনেকুৱা পর্যায়ত গৈ ৰখিছে যি কবলৈ নাই । অন্য ধর্মৰ মহিলা সকলে কি পিন্ধিছে কি ভাবে চলিছে সেয়া অনুকৰণৰ বাবে ব্যাকুল হৈ পৰে ।
অথচ ৰাছুলুল্লাহ (ছাঃ) কৈছে-
যি ব্যক্তি যি জাতিৰ সাদৃশ্য অৱলম্বন কৰিব(লেবাচত-পোছাকত, চাল-চলনত অনুকৰণ) কৰিব,সেই ব্যক্তি তেওঁলোকৰ দলভুক্ত।’ (আবূদাঊদ, মিচকাত ৪৩৪৭)
ঠিক পোছাকটো সেয়া যেন বিপৰীত লিঙ্গৰ পোছাকৰ অনুৰূপ নহয়।
ৰাছুল (ছাঃ) সেই নাৰীসকলক অভিশাপ দিছে, যিসকলে পুৰুষসকলৰ বেশ ধাৰণ কৰে আৰু সেই পুৰুষ সকলকো অভিশাপ দিছে, যিসকলে নাৰীসকলৰ বেশ ধাৰণ কৰে।’ (আবূদাঊদ ৪০৯৭, ইবনে মাজাহ ১৯০৪ নং)
আল্লাহ্ কৈছে-
তোমালোকে গৃহাভ্যন্তৰত অৱস্থান কৰিবা- মূর্খতা যুগৰ অনুৰূপ (বেপর্দা হৈ) নিজকেও প্রদর্শন নকৰিবা। (ছুৰা: আহযাব- ৩৩)
মহান আল্লাহ্ কৈছে-
হে আদম সন্তান! চয়তান যেন তোমালোকক বিভ্রান্ত কৰিব নোৱাৰে; যেনেকৈ সি তোমালোকৰ পিতা-মাতাক জান্নাতৰ পৰা বাহিৰ কৰি দিছে। এনে অৱস্থাত যে, তেওঁলোকৰ পৰা তেওঁলোকৰ পোছাক খুলি দিছে। যাতে তেওঁলোকৰ লজ্জাস্থান প্রকাশ হৈ পৰে।
(ছুৰা আৰাফ- ২৭)
অৰ্থাৎ বুজা যায় যে ইবলীচ হল, বেপর্দা লজ্জাহীনতাৰ আহ্বানকাৰী। আৰু সিয়েই হল আধুনিক নাৰী মুক্তি নামত আন্দোলনৰ সকলোতকৈ ডাঙৰ নেতা।
তেনেহলে বুজা যায় চৰীয়ত সম্মত পর্দা অনুযায়ী আমাৰ মা, ভনীসকল চলিব লাগিব তাৰ কোনো বিকল্প নাই ।
চৰীয়ত সম্মত পর্দাৰ বাবে আৱশ্যিক চর্ত সমূহ-
যেনে-১) নাৰী তাৰ সমস্ত শৰীৰ ঢাকি ৰাখিব।
২)পর্দাৰ পোছাকটো যেন নিজেই সৌন্দর্য নহয়।
৩)পর্দাৰ কাপোৰ মোটা হব পাতল নহয়।
৪)প্রশস্ত ঢিলা-ঢালা হব; সংকীর্ণ নহব।
৫)আতৰ সুবাস মিশ্রিত নাথাকিব।
৬)কাফিৰ নাৰীসকলৰ পোছাকৰ লগত সাদৃশপূর্ণ নহব।
৭)পুৰুষৰ পোছাকৰ লগত সাদৃশ্যপূর্ণ নহব।
৮)উক্ত পোছাক যেন মানুহৰ মাজত প্রসিদ্ধ হোৱাৰ উদ্দেশ্যে নহয়।
আল্লাহ্! আমি যাতে দুনিয়া(পৃথিৱীত) আৰু আখিৰাতৰ কল্যাণৰ পথত থাকিব পাৰো সেয়ে তৌফীক দান কৰক। আমিন।