প্রশ্ন (১৩০৮) : প্রতিবাৰ অজুৰ শেষত লজ্জাস্থানত পানী ছটিওৱা নাৰী-পুৰুষ উভয়ৰ কাৰণে জৰুৰী নেকি?
—————
উত্তৰ : লজ্জাস্থান বৰাবৰ কাপোৰৰ ওপৰত পানী ছটিওৱা নাৰী-পুৰুষৰ কাৰণে মুস্তাহাব।
(মুবাৰকপুৰী, তুহফাতুল আহওয়াযী হা/৫০-ৰ ব্যাখ্যা)
–
ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে,
প্রথমে মোৰ ওচৰত যেতিয়া অহী নাজিল কৰা হয় তেতিয়া জিব্রীল (আঃ)য়ে মোৰ ওচৰত আহি মোক ছালাত আৰু অজুৰ শিক্ষা দিলে।
অজু শেষ কৰাত তেওঁ হাতত পানী লৈ তেওঁৰ লজ্জাস্থান বৰাবৰ ছটিয়াই দিলে।
(আহমাদ হা/১৭৫১৫; মিশকাত হা/৩৬৬; ছহীহাহ হা/৮৪১)
——————————–
দাৰুল ইফতা
হাদীছ ফাউণ্ডেচন বাংলাদেশ
মাহেকীয়া আত-তাহৰীক প্রশ্নোওৰ।