________________________
হিন্দু গ্রন্থত মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰিচয় ও হিন্দু সম্প্রদায়ক ইছলাম গ্রহণৰ নির্দেশ। যিবোৰ কাৰণত যুগে যুগে বহু সত্য সন্ধানী শিক্ষিত হিন্দুৱে, ইছলাম গ্রহণ কৰে।
¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤ ¤¤¤
কল্কি অৱতাৰ (শেষ নবী)
নামঃ নৰাসংশ (আহমদ)।
পিতাৰ নামঃ বিষ্ণুযশ।
মাতাৰ নামঃ সুমতি।
জন্মস্থলঃ সম্ভল ।
জন্মতাৰিখঃ মাধব মাহৰ শুক্ল পক্ষৰ দ্বাদশ তাৰিখ।
¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤ ¤¤¤
এতিয়া ওপৰৰ পৰিচয়টো যে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ সেইটো চাওঁক!!!
নাম-
সংস্কৃততঃ নৰাসংশ = অর্থঃ প্রশংসিত। (বেদ ঋগবেদ ১-১৮-৯)
আৰবীতঃ মুহাম্মদ = অর্থঃ প্রশংসিত। (কুৰআন ৪৮-২৯, ৩৩-৪০) আৰু আহমদ শব্দ বেদ ঋগ্বেদত ৮-৬-১০ ও কুৰআনত ৬১-৬।
পিতাৰ নাম-
সংস্কৃততঃ বিষ্ণুযশ = অর্থঃ প্রভুৰ দাস। (শ্রীমদ্ভাগৱত মহাপুৰাণ ১-৩-২৫)
আৰবীতঃ আব্দুল্লাহ = অর্থঃ প্রভুৰ দাস।
মাতাৰ নাম-
সংস্কৃততঃ সুমতি = অর্থঃ শান্তি (কল্কি পুৰাণ ১-৪)
আৰবীতঃ আমিনা = অর্থঃ শান্তি।
জন্মস্থান-
সংস্কৃততঃ সম্ভল = অর্থ শান্তিৰ ঘৰ
(শ্রীমদ্ভাগৱত মহাপুৰাণ ১২-২-১৮)
আৰবীতঃ দাৰুল আমান = অর্থঃ শান্তিৰ ঘৰ। (মক্কাক বালাদুল আমিন অর্থাৎ শান্তিৰ চহৰো বোলা হয়)
জন্ম তাৰিখ-
মাধব মাহৰ শুক্ল পক্ষৰ দ্বাদশ তাৰিখে জন্ম গ্রহণ কৰিব। অর্থাৎ বহাগ মাহৰ (শুক্লপক্ষ) প্রথম অংশৰ ১২ তাৰিখে জন্ম গ্রহণ কৰিব। কল্কিপুৰাণ ১-২-১৫ বিক্রমী কেলেণ্ডাৰত বহাগ মাহক বসন্ত কাল বোলে।
আৰবীতঃ ৰবি অর্থ = বসন্ত, আওৱাল অর্থ = প্রথম অংশ। একেলগে ৰবিউল আওৱাল অর্থাৎ
বসন্তৰ প্রথমাংশ। দ্বাদশ অর্থাৎ ১২। প্রসিদ্ধ মতানুযায়ী ১২ ৰবিউল আওৱালত মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে জন্ম গ্রহণ কৰিছিল।
¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤ ¤¤¤
এইবাৰ চাওঁক! ইছলাম গ্রহণৰ কাৰণে আদেশ-
কল্কি অৱতাৰৰ ২৩ পৃষ্ঠাত কোৱা হৈছে-
“লা ইলাহা হৰতি পাপম্ ইলইলাহা পৰম পাদম্, জন্ম বৈকুন্ঠ অপ ইনুতি ত জপি নাম মুহাম্মদ”
অর্থঃ আল্লাহৰ আশ্রয়ৰ বাহিৰে পাপ মুক্তিৰ কোনো উপায় নাই। আল্লাহৰ আশ্রয় প্রকৃত আশ্রয়। স্বর্গ পোৱা¸ প্রভুৰ পৰিচয় লাভ আৰু ক্ষমা পাবলৈ হ’লে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামককেই মানিব লাগিব। বৈকুন্ঠত জন্মলাভৰ আশা কৰিলে তেওঁৰ আশ্রয়ৰ বাহিৰে অন্য কোনো উপায় নাই। এইকাৰণে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্রদর্শিত পথৰ অনুসন্ধান অপৰিহার্য। (মুঠ কথা ইছলামত দীক্ষিত হ’বই লাগিব)
¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤ ¤¤¤
এইবাৰ চাওঁক! হিন্দু শাস্ত্রত আল্লাহ, মুহাম্মদ, ৰছুল শব্দ যোগত শ্লোক-
“হোতাৰ মিন্দ্রো হোতাৰ মিন্দ্রো
মহাসুৰিন্দ্রবোঃ, অল্লো, জ্যেষ্টং,
পৰমং, পূর্ণং, ব্রক্ষণং অল্লাম। অল্লো ৰছুল মুহাম্মদ ৰকং বৰস্য অল্লো-অল্লাম। আদাল্লং বুক মেকং অল্লা বুকংল্লান লিখাতকম।”
অর্থঃ অল্লোপনিষদ দেৱতাসকলৰ ৰাজা আল্লাহ আদি ও সকলোতকৈ ডাঙৰ ইন্দ্রৰ গুৰু। আল্লাহ পূর্ণ ব্রহ্ম, মুহাম্মদ আল্লাহৰ ৰছুল। পৰম বৰণীয় আল্লাহেই। তেওঁতকৈ শ্রেষ্ঠ
আন কোনো নাই। আল্লাহ অক্ষয় , অব্যয়, স্বয়ম্ভু।
¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤ ¤¤¤
¤¤¤¤¤¤¤¤¤¤¤¤¤¤¤ ¤¤¤
ইয়াৰোপৰি আৰু তথ্য আছে যিয়ে সত্য সন্ধানীসকলক ইছলাম গ্রহণৰ কাৰণে আহ্বান কৰে। পৰিতাপৰ বিষয় হ’ল, হিন্দু সম্প্রদায়ৰ ধর্মগুৰুসকলে এইবোৰ সতর্কতাৰ সৈতে লুকুৱাই ৰাখে। আনকি পাঠ কৰা¸ শ্রৱণ কৰা পর্যন্ত বহু ক্ষেত্রত নিষিদ্ধ কৰিছে। যদি এইবোৰ সকলোৰে হাতত গ’লহেঁতেন
নিশ্চিতভাৱে হিন্দু জাতি কেৱল
ইতিহাসত থাকিলহেঁতেন। তথ্যসমূহ সংগ্রহ কৰিছে-
শ্রী ৰমন কুমাৰ ৰায়।
পিতাঃ শ্রী পৰেশ কুমাৰ ৰায়। বর্তমান নাম- মাহফুজূৰ ৰহমানৰ কিতাপৰ পৰা যিয়ে ইতিপূর্বে এজন ঠাকুৰৰ ল’ৰা হৈও ঠাকুৰৰ পদ পদতলে পিষ্ট কৰি কঠিন ঈমানী পৰীক্ষাত উত্তীর্ণ হৈ এতিয়া এজন গর্বিত মুছলিম।
“নিশ্চয় আল্লাহৰ ওচৰত একমাত্র মনোনীত দ্বীন হৈছে ইছলাম।” (আল- কুৰআন)