অনুগ্ৰহ কৰি পঢ়ক!
ණ লিখক- Abdur Rahman Salafi
==================
আমি যিসকলে নিজকে হানাফি মাজাহাবৰ অনুসাৰি বুলি দাবী কৰোঁ আচলতে আমি নাজানোঁ যে, ইমাম আবু হানিফা (ৰহঃ)-এ কোনো মাজাহাবৰ গ্রন্থ লিখিছে নে নাই? আচলতে তেওঁ মাজাহাবৰ কোনো গ্রন্থ নিজহাতে লিখি থৈ যোৱা নাই। তেওঁৰ কথাবোৰ মৌখিক। তেওঁ ছাত্ৰসকলক কৈছিল যে, মোৰ কোনো কথা লিখি নাৰাখিবা। কাৰণ আজি মই কোৱা কথাটো পিছদিনা বিবেচনা কৰি দেখিছোঁ মোৰ যোৱাকালিৰ মতামত শুদ্ধ নাছিল। সেয়ে আগৰ মত পৰিৱৰ্তন কৰোঁ। গতিকে মোৰ মত কোনেও লিখি নাৰাখিবা। (তাবিলু মুখলিফিল হাদীছ ৬২-৬৩ পঃ, মুহাম্মাদ বিন কুতাইবা)
.
ইমাম আবু হানিফা (ৰহঃ)-ৰ কোনো প্রামাণ্য লিখা বৰ্তমান নাই, হয়তো আগতেও নাছিল। (সংক্ষিপ্ত ইছলামী বিশ্বকোষ -২৮ পৃঃ, ইছলামিক ফাউণ্ডেচন, প্রকাশৰ সময় ১৯৮২,জুন)
.
ইমাম আবু হানিফা(ৰহঃ)-এ নিজে কোনো কিতাপ লিখা নাই, সেয়ে তেওঁৰ কোনো কিতাপ নাই। তেখেতে ছাত্ৰসকলক কয় গৈছিল যেতিয়াই কোনো ছহীহ হাদীছ পাবা সেইটোৱেই মোৰ মত। তেনেহ’লে পাঠক! আপোনাৰ মনত প্রশ্ন জাগিব পাৰে, আমি মাজহাব কেনেকৈ পালো? তাকেই কৈছোঁ শুনক! কেনেকৈ মাজহাব পালোঁ!!!!
⬇
ইমাম আবু হানিফা(ৰহঃ)-ৰ জন্ম ৮০ হিজৰীত আৰু মৃত্যু ১৫০ হিজৰীত আৰু আমি যি গ্রন্থক মাজহাবৰ গ্রন্থ হিচাবে জানোঁ সেই গ্রন্থখনিৰ নাম হ’ল- “মুখতাচাৰুল কুদুৰী”, এই গ্রন্থখনি বর্তমান বিশ্বত হানাফি মাজহাবৰ গ্রন্থ নামেৰে পৰিচিত। হানাফি ফিকাহ অথবা হানাফি ফিকাহৰ কোনো গ্রন্থৰ কিতাপ বুলিলে মুখতাচাৰুল কুদৰীকেই বুজা যায়। এই গ্রন্থত ১২ হাজাৰ মাছালা আছে। এইখনেই হ’ল হানাফি ফিকাহ শাস্ত্রৰ নিৰ্ভৰযোগ্য গ্রন্থ। গ্রন্থখনি ভাৰত উপ-মহাদেশৰ সকলো হানাফি মাদ্রাছাৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত।
.
“মুখতাচাৰুল কুদৰী” ৰ গ্রন্থকাৰৰ পৰিচিতি-
নাম- আবুল হাচান,
পিতাৰ নাম- আহমাদ। কুদুৰী নামেৰেও পৰিচিত।
হাড়ি পাতিলক কোৱা হয় কুদুৰ আৰু হাড়ি পাতিলৰ ব্যৱসায়ীক কোৱা হয় কুদুৰি। সম্ভৱত গ্রন্থকাৰ হাড়ি পাতিলৰ ব্যৱসায়ী আছিল কাৰণে তেওঁক কুদুৰি বুলি কোৱা হয়। * আমোদজনক কথাটো হ’ল যে, তেওঁ জন্ম গ্রহণ কৰিছিল ৩৬২ হিজৰীত আৰু মৃত্যু বৰণ কৰে ৪২৮ হিজৰীত। আকৌ গ্ৰন্থখনি আবুল কুদুৰীয়ে নিজ হাতেৰে লিখা নাই। গ্রন্থৰ আৰম্ভণিতে লিখা আছে যে ,”আবুল হাচান/কুদুৰীয়ে কৈছে। ইয়াৰ দ্বাৰা প্রমাণ হয় ”আবুল হাচান/কুদুৰীয়ে ১২ হাজাৰ মাছালা কৈছে আৰু অন্য কোনোৱে তাক লিখিছে। অথচ কোনে লিখিছে তাৰ নাম ঠিকনা একোৱেই জনা নাযায়। গতিকে সংকলনকাৰীৰ নাম ঠিকনাবিহীন এই গ্রন্থখনি হ’ল হানাফি মাজাহাবৰ কিতাপ। ইমাম আবু হানিফাৰ জম্ম > ৮০ হিজৰীত আৰু মৃত্যু ১৫০ হিজৰীত< অর্থাৎ ইমাম আবু হানিফা(ৰহঃ)-ৰ মৃত্যুৰ (৪২৮-১৫০)= ২৭৮ বছৰ পিছত গ্রন্থখনি সঙ্কলিত হয়। (আবুল কুদুৰীৰ জন্ম ৩৬২ – ইমাম আবু হানিফাৰ মৃত্যু১৫০)= ২১২ বছৰ। যিহেতু আবুল কুদুৰীৰ সৈতে ইমাম আবু হানিফা (ৰহঃ)-ৰ কোনোদিন সাক্ষাত হোৱা নাই অর্থাৎ ইমাম আবু হানিফাৰ মৃত্যুৰ২১২ বছৰ পিছত জন্ম গ্ৰহণকৰা ইমাম আবু হানিফাৰ মাজহাবৰ গ্রন্থ লিখকে ১২ হাজাৰ মাছালা কাৰ পৰা পালে তাৰ কোনো সূত্রৰ বর্ণনা নাই। গতিকে ইমাম আবু হানিফা (ৰহঃ)-ৰ নামত বর্ণিত কথাবিলাকৰ কোনো সূত্র নাই।*****মুখতাচাৰুল কুদুৰীত লিখা আছে ””””””’> যদি কোনো ব্যক্তিৰ শৰীৰত বা কাপোৰত এক দিৰহাম পৰিমাণ (এক তোলা অর্থাৎ ৰিয়াধ মিউজিয়ামত ৰক্ষিত দিৰহামক নমুনা ধৰা হৈছে)>>>>তেজ,>>মল-মুত্র >>মদ>>< লাগি থাকে তেনহ’লে তাৰ দ্বাৰা নামাজ পঢ়া জায়েজ হব””’।(কুদুৰী৫২ পৃ) এই মাছালা কোনে ৰচনা কৰিলে তাৰ নাম নাই । অথচ এইটো কুৰআনতো নাই হাদীছতো নাই। কাৰ কথা তাৰো নাম নাই আৰু এইখন হানাফি মাজাহাবৰ গ্রন্থ >>>>>>>>
.
✔ সেয়েহে পঢ়ুৱৈ সমাজক কেৱল কুৰআন আৰু ছহীহ হাদীছক দৃঢ়ভাৱে খামুচি ধৰিবলৈ অনুৰোধ জনালোঁ। নহ’লে আমি পথভ্ৰষ্ট হম। মনত ৰাখিব পথভ্ৰষ্টতাৰ স্থান জাহান্নম।