নাস্তিক সম্পৰ্কে বিভিন্ন বিষয় বোৰৰ সম্পৰ্কে অধ্যয়ন কৰিবলৈ তলৰ line বোৰ খুলি অধ্যয়ন কৰক

** নাস্তিক সম্পৰ্কে বিভিন্ন বিষয় বোৰৰ সম্পৰ্কে অধ্যয়ন কৰিবলৈ তলৰ line বোৰ  খুলি অধ্যয়ন কৰক

* মানুহ কিয় নাস্তিক হয় ?

* বিজ্ঞানে বিজ্ঞানৰ অধ্যয়ন ৰ দ্বাৰা এইটো কি প্ৰমাণ কৰিব পাৰিছে যে আমাৰ কোনো সৃষ্টিকৰ্তা নাই ?

= )  বৈজ্ঞানিক সকলে আজিলৈকে এনে কোনো প্ৰমাণ বিছাৰি পুৱা নাই যাৰ দ্বাৰা সিহঁতে এইটো কব পাৰে যে আমাৰ সৃষ্টি কৰ্তা ঈশ্বৰ নাই  বৰ্তমান বিজ্ঞানৰ উন্নতি হোৱাৰ বাবে বৈজ্ঞানিক সকলে কোনো এটা বস্তু হঠাত্ সৃষ্টি হৈ পৰাৰ সম্ভাৱনা কিমান এই বিশেষ অধ্যয়ন কৰিছে আৰু সিহঁতে এই সম্ভাৱনা ৰ মান শূন্য ৰ ওচৰত পাইছে সেই বাবে সিহঁতে এইটো মানিবলৈ বাদ্য হৈছে বিশ্বৰ সকলো বস্তু ইমান ত্ৰুতি বিহীন বাবে আপোনা আপোন কৈ সৃষ্টি হব নোৱাৰে এই বোৰৰ সৃষ্টি ত নিচ্চই এটা শক্তি থাকিব লাগিব

** বিজ্ঞান কি ?

= )  প্ৰকৃতিৰ কোনো এটা বস্তু প্ৰকৃতিৰ নিয়মৰ দ্বাৰা কেনেকৈ কাম কৰে এই বিষয়ে অধ্যয়ন কৰাৰ নামেই হল বিজ্ঞান

অৰ্থাৎ প্ৰকৃতিৰ নিয়মৰ অধ্যয়নক বিজ্ঞান বোলে

প্ৰকৃতিৰ কোনো এটা বস্তু ” প্ৰকৃতিৰ ” এই নিয়মৰ বাবে এনেকৈ কাম কৰি আছে এইটো বিজ্ঞানে যানে কিন্তু  প্ৰকৃতিৰ এই নিয়মেনু এনেকৈ কিয় কাম কৰি আছে এইটো বিজ্ঞানে নাজানে

Example :- গতি কৰি থকা বস্তু এটাই গতি কৰি থাকিব বিচাৰে এইটো প্ৰকৃতিৰ নিয়ম কিন্তু প্ৰকৃতিৰ নিয়মে নু এনেকুৱা কিয় আচৰণ কৰে এইটো বিজ্ঞানে নাজানে।

✍✍✍.. Sadda Hussain 

Leave a comment