☞☞ মৃত্যুৰ ব্যতিত সকলো ৰোগৰ নিৰাময়ক “কালোজিৰা”ৰ ব্যৱহাৰ পদ্ধতি ☜☜
নবী চল্লাল্লাহু আলাইহি অছাল্লামে অতি স্পষ্ট ভাষাৰে ঘোষণা কৰিছে যে , মৃত্যুৰ বাহিৰে সকলো ৰোগৰেই ঔষধ হৈছে কালোজিৰা । চহীহ হাদীছৰ আধাৰত এই কালোজিৰাৰ ৰোগ নিৰাময়ক গুণ ও ইয়াৰ ব্যৱহাৰিক পদ্ধতি সম্পৰ্কে আহক ইন শ্বা আল্লাহ কিছু ত্বথ্য জনাৰ চেষ্টা কৰো ।
আবু হুৰাইৰাহ ৰাজিয়াল্লাহু আনহুৱে নবী চল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা বৰ্ণনা কৰিছে যে কালোজিৰাত মৃত্যুৰ ব্যতিত সকলো ৰোগৰেই ৰোগ নিৰাময় কৰিব পৰা গুণ নিহিত হৈ আছে ( চহীহ বুখাৰী , হাঃ নং ৫৬৮৮)। একে হাদীছেই বৰ্ণিত হৈছে ইবনু উমৰ ৰাজিয়াল্লাহু আনহুৰ পৰা ( ইবনে মাজাহ, হাঃ/৩৬৪৮,৩৪৪৭ , তিৰমিযি/২০৪১)।
খালেদ ইবনে শ্বাদ ৰাজিয়াল্লাহু আনহুৱে বৰ্ণনা কৰিছে যে তেওঁলোক এবাৰ ভ্ৰমণত থকা অৱস্থাত গালিব ইবনু আবজাৰ ৰাজিয়াল্লাহু আনহু অসুস্হ হৈ পৰিছিল । ভ্ৰমণৰ পৰা তেওঁলোক আহি মদিনাত উপস্থিত হোৱাৰ পাছতো তেখেত অসুস্হ হৈয়েই আছিল । ইবনু আতিক ৰাজিয়াল্লাহু আনহুৱে তেখেতক সেৱা-শুশ্ৰুষা কৰিছিল । তেখেতে ইবনু শ্বাদ ৰাজিয়াল্লাহু আনহুক কালোজিৰা আনিবলৈ দি কৈছিল যে পাঁচ বা সাতটা কালোজিৰা পিহি জয়তুন তেল ( olive oil )ৰ সৈতে মিশ্ৰণ কৰি দোয়োটা নাকৰ চিদ্ৰত টোপাল টোপালকৈ দিয়াৰ নিৰ্দেশ দিছিল । কিয়নো তেখেতে আয়েশ্বা ৰাজিয়াল্লাহু আনহাক কোৱা শুনিছে যে , ৰাছূল চল্লাল্লাহু আলাইহি অছাল্লামে কৈছে : কালোজিৰাত মৃত্যুৰ বাহিৰে সকলো ৰোগৰেই ঔষধ নিহত হৈ আছে ( চহীহ বুখাৰী , হাঃ/৫৬৮৭, ইবনে মাজাহ, হাঃ/৩৪৪৯)।
নেৰানেপেৰা কাহঁৰ ৰোগত ভুক্তভোগী ৰোগী সকলে কালোজিৰাৰ কেইটিমান দানাৰ টোপালা কৰি লৈ দাঁতৰ কাষত ভৰাই ৰাখিলেও ইন শ্বা আল্লাহ তেনে ৰোগৰ পৰা আৰোগ্য লাভ কৰিব পাৰে ।
আবু হুৰাইৰাহ ৰাজিয়াল্লাহু আনহুৱে অতি সহজ পদ্ধতিৰে এই কালোজিৰাক ঔষধ হিচাবে ব্যৱহাৰ কৰাৰ বিষয়ে উল্লেখ কৰিছে । ২১ টা কালোজিৰাৰ দানা পানীত তিয়াই থৈ এখন কাপোৰত লৈ প্ৰথমে সোঁ নাকৰ চিদ্ৰৰ দুটোপাল ও বাওঁনাকত দুটোপাল । পুনৰ বাওঁনাকত দুটোপাল আৰু সোঁনাকত এটোপাল আৰু শেষত আকৌ সোঁনাকত দুটোপাল ও বাওঁনাকত এটোপালকৈ দৈনিক দিলে ইন শ্বা আল্লাহ সকলো ৰোগৰ পৰা আৰোগ্য লাভ কৰিব পাৰি ( চহীহ বুখাৰী /৪৪, তিৰমিযি /২০৭০)।