⏩ফজৰৰ নামাজ পঢ়িব নোৱাৰাৰ কাৰণে নেকি ?
▶উত্তৰঃ না ।
⏩অতীতৰ পাপৰ কথা স্মৰণ কৰি ?
▶উত্তৰঃ না ।
⏩মৃত মা / বাবাৰ কথা মনত পৰিছে ?
▶উত্তৰঃ না ।
⏩ফিলিস্তিনৰ সেই শিশুটিৰ বাবে ?
▶উত্তৰঃ না ।
⏩প্রতিবেশীসকলৰ কষ্ট দেখি ?
▶উত্তৰঃ না ।
⏩ ম্যানমাৰৰ নির্যাতিত মুছলিমসকলৰ বাবে ?
▶উত্তৰঃ না ।
⏩ নেলীৰ হত্যাকাণ্ডৰ কথা মনত পৰিছে তাৰ বাবে ?
▶উত্তৰঃ না ।
🔰তেনেহলে ভাই, এনেকৈ হাও মাও কৰি কিয় কান্দি আছা ??
⛔ আই পি এলত আমাৰ দল হাৰি গ’ল তাৰ বাবে !
⛔ তোমাৰ প্রিয় দল খেলত হাৰি গৈছে তাৰবাবে !
⛔ তোমাৰ প্রিয় খেলুৱৈ হাৰি গৈছে ,
💢 এইকাৰণেই তোমালোকৰ চকুত পানী আহে !!!
💢 তোমালোকৰ মন বেয়া হৈ যায় !!!
🔘খেলত হাৰি যায় কাৰণে তোমালোকৰ চকুত পানী আহে ,
◾অথচ প্রতিদিন হাজাৰ হাজাৰ পাপ কৰি আছা ,
◾তাৰবাবে চকুত অলপো পানী নাহে !!!
◾নমাজ নপঢ়ি কুফুৰী কৰিছা ,
◾ ইয়াৰ বাবেও চকুত অলপো পানী নাহে !!!
🔘তোমালোক মূর্খ !!
🔘তোমালোকৰ বিদ্যাও নাই , বুদ্ধিও নাই ।
🔘তোমালোক কেতিয়াও শিক্ষিত হব নোৱাৰা ।
🔘শিক্ষিত মানুহ আল্লাহ সম্পর্কে গাফেল/উদাসীন থাকিব নোৱাৰে ।
🔘শিক্ষিত মানুহে আল্লাহৰ হুকুম অমান্য কৰি দুনিয়াৰ বিনোদনত লিপ্ত থাকিব নোৱাৰে ।
🔘এজন প্রকৃত মুছলিমে ফৰজ ইবাদত নকৰাকৈ খেল-ধেমালি, গান, গ্যামছ ইত্যাদি বিভিন্ন হাৰাম কামত লিপ্ত থাকিব নোৱাৰে ।
◻তোমালোক প্রকৃত মুছলিম নহয় ।
◼তোমালোক নামধাৰী মুছলিম ।
⭕তোমালোকৰ কি কৰা উচিত আৰু তোমালোকে কি কৰি আছা !!!
⭕আফচুচ তোমালোকৰ বাবে …।
🔘আজি হয়তো আল্লাহ সম্পর্কে গাফেল হৈয়ে আছা ।
🔘কিন্তু অৱশেষত আল্লাহৰ ওচৰতেই উভতি যাব লাগিব ।
🔴তেতিয়া কত যাব তোমালোকৰ প্রিয় দল
আৰু প্ৰিয় খেলুৱৈ ?
🔴কি উত্তৰ দিবা আল্লাহৰ ওচৰত ?
🔘মনত ৰাখিবা ,
তোমালোকৰ এই কর্মৰাজিয়ে যেন তোমালোকক
জাহান্নামত লৈ নাযায় ।
🔘আজিৰ পৰাই সাবধান হোৱা ।
⏰সময়ৰ মূল্যায়ন কৰিবলৈ শিকা ।
⏰সময়ৰ অপচয় কৰি জাহান্নামত নাযাবা ।
🔯 এতিয়াই আল্লাহৰ ওচৰত তওবা কৰা ।
🔙 উভতি আহাঁ জান্নাতৰ পথত ।
📚 আল্লাহ তা’আলা কৈছে ,
আৰু পাৰ্থিৱ জীৱন কেৱল খেল-ধেমালিৰ বাহিৰে আন একো নহয় আৰু যিসকলে তাক্বৱা অৱলম্বন কৰে তেওঁলোকৰ বাবে আখিৰাতৰ আবাসেই উত্তম; তথাপিও তোমালোকে নুবুজানে?
[ ছূৰা আন’আম, আয়াত ৩২ ]
✍✍.. আফজল হুছেইন