প্ৰশ্ন:— মানুহে ইমান বেয়া আৰু অন্যায় কাম কৰে তথাপিও আল্লাহই কিয় শাস্তি নিদিয়ে?
👉👉 আল্লাহ তা’লাই কোৰআনত কৈছে,,,
“আৰু আল্লাহে যদি মানুহক সিহঁতৰ সীমালংঘনৰ বাবে শাস্তি দিলেহেঁতেন তেন্তে ভূপৃষ্ঠত কোনো জীৱ-জন্তুকেই ৰেহাই নিদিলেহেঁতেন; কিন্তু তেওঁ এটা নিৰ্দিষ্ট সময় লৈকে সিহঁতক অৱকাশ দিয়ে। এতেকে যেতিয়া সিহঁতৰ সময় আহি পৰে তেতিয়া সিহঁতে এটা মুহূৰ্ত্তও আগ-পিছ কৰিব নোৱাৰে।” (ছুৰাঃ আন-নাহলঃ ৬১)