আগন্তুক এশ বছৰ পিছত অধিকাংশ Facebook ID ৰ গৰাকীৰ মৃত্যু হ’ব । #ফেচবুকত থাকিব কেৱল সিহঁতৰ কৰ্ম ।

আপুনিও #ফেচবুকত অশ্লীল ফটো upload কৰে নেকি ?

কাৰণ #ফেচবুক হ’ব সকলোতকৈ বৃহত্তম Virtual কবৰস্থান ।
আগন্তুক এশ বছৰ পিছত অধিকাংশ Facebook ID ৰ গৰাকীৰ মৃত্যু হ’ব । #ফেচবুকত থাকিব কেৱল সিহঁতৰ কৰ্ম ।

১। #ফেচবুকৰ জড়িয়তে যিসকলে মানুহক Love Story শিকাইছে¸ তাৰ শাস্তি সিহঁতে জাহান্নামত পাব ।

২। যিসকলে #ফেচবুকত_অশ্লীল আৰু #নিৰ্লজ্জ_ছবি, ভিডিঅ Upload কৰিছে¸ সিহঁতৰ বিৰুদ্ধে #কিয়ামতত সাক্ষী দিব Likes আৰু Comments এ ।

৩। আকৌ যিসকলে #ফেচবুকক আল্লাহৰ বাণী আৰু ইছলাম প্ৰচাৰৰ মাধ্যম কৰিছে¸ সিহঁতৰ পুৰষ্কাৰ আল্লাহে দিব (ইন শ্বা আল্লাহ) ।

আপুনি #ফেচবুকত কোনো অশ্লীল ছবি Upload কৰিলে আপোনাৰ মৃত্যুৰ পিছতো পাপৰ বোজা বাঢ়ি থাকিব । আপোনাৰ কবৰত অনন্ত কাললৈ #পাপ পঠায় থাকিব ফেচবুকে । কাৰণ  আপোনাৰ #মৃত্যু হলেও ফেচবুকত আপুনি upload কৰা #অশ্লীল_ছবিৰ দৃশ্য অগণন মানুহে উপভোগ কৰিয়েই থাকিব । আৰু আপুনি upload কৰা ফটো চাই যিমান মানুহৰ পাপ হব তাৰ সমপৰিমাণ পাপ আপুনিও পায় থাকিব ।

গতিকে ফেচবুকত ফটো upload কৰাৰ আগত এবাৰ হলেও ভাবক যে কেনেধৰণৰ ফটো ফেচবুকত upload কৰিবলৈ ওলাইছে আপুনি । বিশেষকৈ মুছলিম ভনী-বাইদেউ সকলেও যেন ফেচবুকত নিজৰ ফটো প্ৰদৰ্শন কৰাৰ আগত এবাৰ হলেও ভাবি চাই এই কথাবোৰ ।

আপোনাৰ প্ৰফাইলত যদি এনেকুৱা ফটো, ভিডিঅ আছে তেনেহলে এতিয়াই ডিলিট কৰক যদি আপুনি নিজকে মুছলিম বুলি ভাবে ।

আল্লাহে আমাক সকলোকে বুজাৰ তৌফিক দান কৰক আমিন ।

Leave a comment