➲অধিকাংশ লোকেই বেনামাজি,,
➲অধিকাংশ লোকেই মিলাদ পড়ে,,
➲অধিকাংশ লোকেই মাজহাব মানি চলে,,
➲অধিকাংশ লোকেই পীৰ ভক্ত,,
➲অধিকাংশ লোকেই চল্লিশা কৰে,,
➲অধিকাংশ লোকেই ইলিয়াছী তবলিগ জামাতক
পছন্দ কৰে,,
➲অধিকাংশ লোকেই ফৰজ নামাজত ইমামৰ লগত ছুৰা ফাতিহা নপঢ়ে,,
➲অধিকাংশ লোকেই মাজাৰত যায়,,
অধিকাংশ লোকেই বিভিন্ন তৰিকা অনুসৰণ কৰে,,,
➲অধিকাংশ লোকেই নিচাষক্ত দ্রব্য পান কৰে,,
➲অধিকাংশ লোকেই টাখনুৰ তলত প্যান্ট পিন্ধে ,,
➲অধিকাংশ লোকেই নামাজৰ পিছত সম্মিলিত মুনাযাত কৰে ,,,
————– #এইটোৱেই_বাস্তৱীকতা !!!
★★★★★★★★★★★★★★
#অধিকাংশৰ_বিষয়ে _আল্লাহে_কি_কৈছে_চাওঁক ►
■►“অধিকাংশ মানুহ প্রকৃত বিষয় সম্পর্কে অবগত
নহয় ়” [ছুৰা ইউসুফ : ৬৮]
■►“অধিকাংশই নির্বোধ” [ছুৰা মায়িদাহ ১০৩]
■►“অধিকাংশ লোকেই অবগত নহয়” [ছুৰা আনআম :৩৭]
■►“অধিকাংশই অজ্ঞ” [ছুৰা আনআম : ১১১]
■►“অধিকাংশই নাজানে” [ছুৰা আৰাফ : ১৩১]
■►“আৰু তুমি যিমানেই আকাংক্ষা নকৰা কিয়, অধিকাংশ মানুহেই ঈমান পোষণ নকৰিব।
[ছুৰা ইউছুফ :১০৩]
✍✍✍ বাছেদ আলী