_”নাস্তিক সকলে সদায়ে কৈ থাকে জ্ঞান-বিজ্ঞানত মুছলমান সকলৰ কোনো অবদান নাই । আজিৰ এই পোষ্টটোয়ে নিশ্চয় প্ৰমাণিত কৰিব জ্ঞান-বিজ্ঞানত মুছলমান সকলৰ কিমান অবদান আছেঃ-_
“মুছলমান সকলৰ স্মৰণীয় ২৮+ টা আবিষ্কাৰ”
*১. ৰসায়নৰ জনক – (জাবিৰ ইবনে হাইয়ান)*
২. বিশ্বৰ শ্রেষ্ঠ ভূগোলবিদ – (আল-বেৰুনি)
*৩. আধুনিক চিকিৎসা বিজ্ঞানৰ জনক – (ইবনে সিনা)*
৪. হৃদযন্ত্ৰত তেজ চলাচল আবিষ্কাৰক – (ইবনুল নাফিস)
*৫. বীজগণিতৰ জনক – (আল-খাওয়াৰিজমি)*
৬. পদার্থ বিজ্ঞানত শূন্যেৰ অবস্থান নির্ণয়কাৰী – (আল-ফাৰাবি)
*৭. আলোক বিজ্ঞানৰ জনক – (ইবনে আল-হাইছাম)*
৮. এনালিটিক্যাল জ্যামিতিৰ জনক – (ওমৰ খৈয়াম)
*৯. সাংকেতিক বার্তাৰ পাঠোদ্ধাৰকাৰী – (আল-কিন্দি)*
১০. গুটিবসন্ত আবিষ্কাৰক – (আল-ৰাজি)
*১১. টলেমিৰ মতবাদ ভ্রান্ত প্রমাণকাৰী – (আল-বাত্তানি)*
১২. ত্রিকোণমিতিৰ জনক – (আবুল ওয়াফা)
*১৩. স্টাটিক্সৰ প্রতিষ্ঠাতা – (ছাবেত ইবনে কোৰা)*
১৪. পৃথিবীৰ আকাৰ ও আয়তন নির্ধাৰণকাৰী – (বানু মুছা)
*১৫. মিল্কিওয়েৰ গঠন শনাক্তকাৰী – (নাছিৰুদ্দিন তুসি)*
১৬. এলজাব্রাত প্রথম উচ্চতৰ পাওয়াৰ ব্যবহাৰকাৰী – (আবু কামিল)
*১৭. ল’ অব মোশনৰ পথ প্রদর্শক – (ইবনে বাজ্জাহ)*
১৮. এৰিস্টোটলৰ দর্শন উদ্ধাৰকাৰী – (ইবনে ৰুশদ)
*১৯. ঘড়ীৰ পেন্ডুলাম আবিষ্কাৰক – (ইবনে ইউনূছ)*
২০. পৃথিবীৰ ব্যাস নির্ণয়কাৰী – (আল-ফৰগানি)
*২১. পৃথিবীৰ প্রথম নির্ভুল মানচিত্র অঙ্কনকাৰী – (আল-ইদ্রিসী)*
২২. বিশ্বৰ প্রথম স্বয়ংক্রিয় যন্ত্রৰ আবিষ্কাৰক – (আল-জাজাৰি)
*২৩. সূর্যৰ সর্বোচ্চ উচ্চতাৰ গতি প্রমাণকাৰী – (আল-জাৰকালি)*
২৪. মানবজাতিৰ সংক্ষিপ্ত ইতিহাস প্রণেতা – (আবুল ফিদা)
*২৫. বৈজ্ঞানিক বিপ্লবৰ অগ্রদূত – (ইবনে আল-শাতিৰ)*
২৬. ভূগোলত বিশ্বকোষ প্রণেতা – (আল-বাকৰি)
*২৭. প্ল্যানেটাৰি কম্পিউটাৰ আবিষ্কাৰক – (আল-কাশি)*
২৮. বীজগণিতৰ প্রতীক উদ্ভাবক -(আল-কালাসাদি)
*আদিৰ ওপৰিও আৰু বহু কেইগৰাকীমান মুছলমান বিজ্ঞানী আছে ।।*
তথ্য সমূহ ভাল লাগিলে পোষ্টটো সকলোলৈ শ্বেয়াৰ কৰিব ।।
— Musaraf hussain